সংখ্যা জানো আহা
১ - এক
২ - দুই
৩ - তিনি
৪ - চাৰি
৫ - পাঁচ
৬ - ছয়
৭ - সাত
৮ - আঠ
৯ - ন
১০ - দহ
১১ - এঘাৰ
১২ - বাৰ
১৩ - তেৰ
১৪ - চৈধ্য
১৫ - পোন্ধৰ
১৬ - ষোল্ল
১৭ - সোতৰ
১৮ - ওঠৰ
১৯ - ঊনৈশ
২০ - বিশ
২১ - একৈছ
২২ - বাইছ
২৩ - তেইছ
২৪ - চৌবিছ
২৫ - পঁচিছ
২৬ - ছাব্বিছ
২৭ - সাতাইছ
২৮ - আঠাইছ
২৯ - ঊনত্ৰিশ
৩০ - ত্ৰিশ
৩১ - একত্ৰিশ
৩২ - বত্ৰিছ
৩৩ - তেত্ৰিশ
৩৪ - চৌত্রিছ
৩৫ - পঁয়ত্রিছ
৩৬ - ছয়ত্রিছ
৩৭ - সাতত্ৰিছ
৩৮ - আঠত্ৰিছ
৩৯ - ঊনচল্লিছ
৪০ - চল্লিছ
৪১ - একচল্লিছ
৪২ - বিয়াল্লিছ
৪৩ - তিয়াল্লিছ
৪৪ - চৌচল্লিছ
৪৫ - পঞ্চল্লিছ
৪৬ - ছয়চল্লিছ
৪৭ - সাতচল্লিছ
৪৮ - আঠচল্লিছ
৪৯ - ঊনপঞ্চাছ
৫০ - পঞ্চাছ
৫১ - একাৱন
৫২ - বাৱন
৫৩ - তেৱন
৫৪ - চৌৱন
৫৫ - পঁচপন
৫৬ - ছাপ্পন
৫৭ - সাতাৱন
৫৮ - আঠাৱন
৫৯ - ঊনষাঠি
৬০ - ষাঠি
৬১ - এষষ্ঠি
৬২ - বাষষ্ঠি
৬৩ - তেষষ্ঠি
৬৪ - চৌষষ্ঠি
৬৫ - পয়ষষ্ঠি
৬৬ - ছয়ষষ্ঠি
৬৭ - সাতষষ্ঠি
৬৮ - আঠষষ্ঠি
৬৯ - ঊনসত্তৰ
৭০ - সত্তৰ
৭১ - এসত্তৰ
৭২ - বাসত্তৰ
৭৩ - তেসত্তৰ
৭৪ - চৌসত্তৰ
৭৫ - পয়সত্তৰ
৭৬ - ছয়সত্তৰ
৭৭ - সাতসত্তৰ
৭৮ - আঠসত্তৰ
৭৯ - ঊনাশী
৮০ - আশী
৮১ - একাশী
৮২ - বিৰাশী
৮৩ - তিৰাশী
৮৪ - চৌৰাশী
৮৫ - পঁচাশী
৮৬ - ছয়াশী
৮৭ - সাতাশী
৮৮ - আঠাশী
৮৯ - ঊনানব্বৈ
৯০ - নব্বৈ
৯১ - একানব্বৈ
৯২ - বিৰানব্বৈ
৯৩ - তিৰানব্বৈ
৯৪ - চৌৰানব্বৈ
৯৫ - পঁচানব্বৈ
৯৬ - ছিয়ানব্বৈ
৯৭ - সাতানব্বৈ
৯৮ - আঠানব্বৈ
৯৯ - নিৰানব্বৈ
১০০ - এশ
0 Comments
Comment