OPEN ECONOMY

OPEN ECONOMY








 মুক্ত বজাৰ অৰ্থনীতি কি ? 

উত্তৰ: মুক্ত বজাৰ অৰ্থনীতি হৈছে এনে এক অৰ্থনৈতিক ব্যবস্থা যত এখন দেশে অন্য দেশ সমূহৰ লগত বিভিন্ন ধৰণৰ বিত্তীয় সম্পৰ্ক স্থাপন কৰে । 

মুকলি অৰ্থনীতি হৈছে এনে এখন অৰ্থনীতি যিয়ে আন আন দেশৰ লগত বস্তু আৰু সেৱা সমূহৰ লেন - দেন কাৰ্য সম্পন্ন কৰে।



মানুহৰ পছন্দ কিদৰে মুক্ত অৰ্থনীতিৰ দ্বাৰা সম্প্ৰসাৰণ হৈছে?


উত্তৰ: বিশ্বৰ বিভিন্ন দেশে আন আন দেশৰ অৰ্থনীতিৰ সৈতে নানা ধৰণৰ সম্পৰ্ক স্থাপন কৰাৰ বাবে অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পাৰস্পৰিক ক্রিয়াই মানুহৰ পছন্দ বা ৰুচীৰ নিম্নলিখিত তিনিধৰণে সম্প্ৰসাৰণ হোৱাত ইন্ধন যোগাইছে—

1. ভোক্তা সকলে আৰু প্ৰতিষ্ঠানবোৰে বিভিন্ন ধৰণৰ ঘৰুৱা আৰু বৈদেশিক সামগ্ৰীৰ মাজত পছন্দ কৰাৰ সুযোগ লাভ কৰে আৰু ইয়েই হ’ল বস্তুৰ বজাৰ সংযোগ, যিটো আন্তর্জাতিক বাণিজ্যৰ দ্বাৰা সংঘটিত হয়।

2. বিনিয়োগকাৰী সকলে ঘৰুৱা আৰু বৈদেশিক পৰিসম্পত্তি (Assets ) ৰ মাজত পছন্দ কৰাৰ সুযোগ পায় আৰু ইয়ে বিত্তীয় বজাৰ সংযোগ সৃষ্টি কৰে। 


3. প্রতিষ্ঠানবোৰে নিজৰ পছন্দ অনুসৰি উৎপাদন প্রতিষ্ঠান ক’ত স্থাপন কৰিব আৰু শ্রমিক সকলে ক’ত কাম কৰিব, সেইটো ঠিক কৰিব পাৰে৷ এইটোৱে হ’ল উৎপাদনৰ বজাৰ সংযোগ।


 What is Financial Market?

Ans:  In financial market an economy can buy

financial assets from other countries. This gives

investors the opportunity to choose between domestic

and foreign assets.

  

3. What is Labour Market?

 Ans: In labour market firms can choose where to locate

production and workers to choose where to work. There

are various immigration laws which restrict the

movement of labour between countries.



আন্তৰ্জাতিক বাণিজ্যই ভাৰতৰ সামগ্ৰিক চাহিদাক মূলতঃ কেনেদৰে প্ৰভাৱান্বিত কৰে?


উত্তৰ: আন্তৰ্জাতিক বাণিজ্যই ভাৰতৰ সামগ্ৰিক চাহিদাক মূলতঃ দুই ধৰণে প্ৰভাৱান্বিত কৰে।


প্ৰথমে , যেতিয়া ভাৰতীয় সকলে বৈদেশিক বস্তু কৰে , তেতিয়া বস্তু ক্ৰ য় ৰ বাবে হোৱা ব্যয় সমূহ আয় ৰ চক্ৰীয় প্ৰবাহ ৰ পৰা বাহিৰ হৈ ওলাই যায়। ইয়াৰ ফলত আমাৰ দেশৰ সামগ্ৰিক চাহিদা হ্ৰাস পায়।


 দ্বিতীয়তে, আমাৰ দেশৰ পৰা বিদেশলৈ পঠোৱা সামগ্ৰীবোৰৰ পৰা আহৰণ কৰা আয়সমূহ অতিৰিক্ত ভাবে আয়ৰ চক্ৰীয় প্ৰৱাহত অন্তৰ্ভুক্ত হয় আৰু ইয়াৰ ফলত ঘৰুৱাভাৱে উৎপাদন কৰা বস্তুৰ সামগ্ৰিক চাহিদা বৃদ্ধি পায়।












 


Post a Comment

0 Comments