অসমৰ আহোম স্বৰ্গদেউৰ তালিকা

অসমৰ আহোম স্বৰ্গদেউৰ তালিকা


অসমৰ আহোম স্বৰ্গদেউৰ তালিকা




 অসম ইতিহাসৰ মধ্যযুগীয় যুগত আহোম বংশ সুকাফাই প্ৰতিষ্ঠা কৰিছিল। আহোমসকল মূলতঃ পাটকাই পৰ্বত পাৰ হৈ অসমত উপস্থিত হৈছিল। তেওঁলোকে প্ৰায় ৬০০ বছৰ ( ১২২৮ - ১৮২৬) শাসন কৰিছিল। সুকাফাৰ পিছত কেইবাজনো আহোম শাসকে অসমত শাসন কৰিছিল। পাইক ব্যৱস্থা, খেল ব্যৱস্থা আদি কেইবাটাও ব্যৱস্থা প্ৰৱৰ্তন কৰে।আহোম বংশৰ শেষ শাসক আছিল পুৰন্দৰ সিংহ।



আহোম ৰাজ্যৰ স্বৰ্গদেউসকলৰ এখন সম্পূৰ্ণ তালিকা:


আহোম স্বৰ্গদেউ





সুকাফা

 ১২২৮ - ১২৬৮


 


 চুচেউফা

১২৬৮-১২৮১


 


চুবিনফা

১২৮১- ১২৯৩


 


সুখংফা

 ১২৯৩-১৩৩২


 


 সুখৰাংফা

 ১৩৩২ - ১৩৬৪ চন


 


 সুতুফা

১৩৬৪-১৩৭৬


 


 ত্যওখামতী

১৩৮০-১৩৮৯ চন


 


 সুদাংফা

 ১৩৯৭-১৪০৭ চন


 


 সুজাংফা

 ১৪০৭-১৪২২ চন


 


 চুফাফা

 ১৪২২-১৪৩৯ চন


 


 চুচেনফা

 ১৪৩৯-১৪৮৮ চন


 


 চুহেনফা

 ১৪৮৮ - ১৪৯৩ চন


 


 সুপিম্ফা

১৪৯৩-১৪৯৭ চন


 


 সুহুংমুং বা দিহিঙিয়া ৰাজা

১৪৯৭-১৫৩৯ চন


 


 সুক্লেংমুং বা গৰ্গায়ণ্য ৰাজা

 ১৫৩৯ - ১৫৫২ চন


 


 সুখাম্ফা বা খোৰা ৰাজা

১৫৫২-১৬০৩ চন


 


 সুসেংফা বা বুঢ়া ৰাজা বা প্ৰতাপ সিংহা

১৬০৩-১৬৪১ চন


 


 সুৰমফা বা ভগা ৰাজা

 ১৬৪১-১৬৪৪ চন


 


 সুত্যিনফা বা নাৰিয়া ৰাজা

 ১৬৪৪-১৬৪৮ চন


 


 সুতমলা বা জয়ধজ সিংহ

 ১৬৪৮-১৬৬৩ চন


 


 সুপুংমুং বা চক্ৰধ্বজ সিংহা

১৬৬৩-১৬৬৯ চন


 


 সুন্যৎফা বা উদয়দিত্য সিংহ

১৬৬৯-১৬৭৩ চন


 


 সুক্লম্ফা বা ৰামধ্বজ সিংহ

 ১৬৭৩ - ১৬৭৫ চন


 


 চুহুং

১৬৭৫ চনত


 


 গোবৰ

 ১৬৭৫ চনত


 


 সুজিনফা

১৬৭৫-১৬৭৭ চন


 


 সুদৈফা

 ১৬৭৭-১৬৭৯ চন


 


 চুলিকফা বা লোৰা ৰাজা

 ১৬৭৯-১৬৮১ চন


 


 সুপত্ফা বা গদাধৰ সিংহ

১৬৮১ - ১৬৯৬ চন


 


 সুখৰুম্ফা বা ৰুদ্ৰ সিংহ

 ১৬৯৬ - ১৭১৪ চন


 


 সুতনফা বা শিৱসিংহ

১৭১৪ চনত


 


 বৰ ৰাজা ফুলেশ্বৰী

 ১৭১৪ - ১৭৩১ চন


 


 বৰ ৰাজা অম্বিকা

 ১৭৩১ - ১৭৩৮ চন


 


 শিৱ সিংহ

 ১৭৩৮ - ১৭৪৪ চন


 


 সুনেনফা বা প্ৰমত্ত সিংহা

১৭৪৪ - ১৭৫১ চন


 


 সুৰমফা বা ৰাজেশ্বৰ সিংহ

 ১৭৫১ - ১৭৬৯ চন


 


 সুন্যেওফা বা লক্ষ্মী সিংহ

১৭৬৯ - ১৭৮০ চন


 


 সুহিতপাহগফা বা গৌৰীনাথ সিংহ

১৭৮০ - ১৭৯৪ চন


 


 সুক্লিংফা বা কমলেশ্বৰ সিংহ

১৭৯৫ - ১৮১০ চন




সুদিনফা বা চন্দ্ৰ কান্ত সিংহ

 ১৮১০-১৮১৮

 




 পুৰন্দৰ সিংহ

 ১৮১৮ - ১৮১৯ চন





কিছুমান আনুষংগিক প্ৰশ্ন:


ক) আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?


উত্তৰঃ সুকাফা।



খ) আহোম বংশৰ শেষ শাসক কোন আছিল?


উত্তৰঃ পুৰন্দৰ সিংহা।




Post a Comment

0 Comments