ভাৰতৰ গুৰুত্বপূৰ্ণ হ্ৰদ ( GENERAL KNOWLEDGE QUESTIONS)
১/ চিলিকা হ্ৰদ কোন ৰাজ্যত অৱস্থিত ?
ক)কেৰালা
খ)ওড়িশা
গ)লাডাখ
ঘ)মধ্য প্ৰদেশ
উত্তৰঃ ওড়িশা
২/ ভেম্বনাদ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক)কেৰালা
খ)ওড়িশা
গ)লাডাখ
ঘ)মধ্য প্ৰদেশ
উত্তৰঃ ক)কেৰালা
৩/ ইন্দিৰাসাগৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক)কেৰালা
খ)ওড়িশা
গ)লাডাখ
ঘ)মধ্য প্ৰদেশ
উত্তৰঃ ঘ)মধ্য প্ৰদেশ
৪/ শিৱাজীসাগৰ হ্ৰদ কোন ৰাজ্যত অৱস্থিত ?
ক)কেৰালা
খ)ওড়িশা
গ)মহাৰাষ্ট্ৰ
ঘ)মধ্য প্ৰদেশ
উত্তৰঃ মহাৰাষ্ট্ৰ .
৫) লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক)কেৰালা
খ) মণিপুৰ
গ)মহাৰাষ্ট্ৰ
ঘ)মধ্য প্ৰদেশ
উত্তৰঃ মণিপুৰ ৷
৬/ পংগং হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক)লাডাখ
খ) মণিপুৰ
গ)মহাৰাষ্ট্ৰ
ঘ)মধ্য প্ৰদেশ
উত্তৰঃ লাডাখ
৭/ পুলিকাট হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক)লাডাখ
খ) অন্ধ্ৰ প্ৰেদেশ
গ)মহাৰাষ্ট্ৰ
ঘ)মধ্য প্ৰদেশ
উত্তৰঃ অন্ধ্ৰ প্ৰদেশ
৮) নাগাৰ্জুনসাগৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক)লাডাখ
খ) অন্ধ্ৰ প্ৰেদেশ
গ)মহাৰাষ্ট্ৰ
ঘ) তেলেংগানা
উত্তৰঃ তেলেংগানা
৯) চৰ্দাৰ সৰোৱৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) অন্ধ্ৰ প্ৰেদেশ
গ)মহাৰাষ্ট্ৰ
ঘ) তেলেংগানা
উত্তৰঃ গুজৰাট
১০) ৱুলাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) অন্ধ্ৰ প্ৰেদেশ
গ) জম্মু কাশ্মীৰ
ঘ) তেলেংগানা
উত্তৰঃ জম্মু কাশ্মীৰ
১১) সম্ভাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) অন্ধ্ৰ প্ৰেদেশ
গ) জম্মু কাশ্মীৰ
ঘ) ৰাজস্থান
উত্তৰঃ ৰাজস্থান
১২) কাঞ্জলী হ্ৰদ কোন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) অন্ধ্ৰ প্ৰেদেশ
গ) পঞ্জাৱ
ঘ) ৰাজস্থান
উত্তৰঃ পঞ্জাব
১৩) হৰিকে হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) অন্ধ্ৰ প্ৰেদেশ
গ) পঞ্জাৱ
ঘ) ৰাজস্থান
উত্তৰঃ পঞ্জাব
১৪) চিলিকা হ্ৰদ কোন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) অন্ধ্ৰ প্ৰেদেশ
গ) পঞ্জাৱ
ঘ) ওড়িশা
উত্তৰঃ ওড়িশা
১৫) টাম দিল হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) অন্ধ্ৰ প্ৰেদেশ
গ) মিজোৰাম
ঘ) ওড়িশা
উত্তৰঃমিজোৰাম
১৬) উমিয়াম হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) মেঘালয়
গ) মিজোৰাম
ঘ) ওড়িশা
উত্তৰঃ মেঘালয়
১৭) শিৱসাগৰ হ্ৰদ কোন ৰাজ্যত অৱস্থিত ?
ক) গুজৰাট
খ) মেঘালয়
গ) মিজোৰাম
ঘ) মহাৰাষ্ট্ৰ
উত্তৰঃ মহাৰাষ্ট্ৰ
১৮) ভোজতাল হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) মধ্যপ্ৰদেশ
খ) মেঘালয়
গ) মিজোৰাম
ঘ) মহাৰাষ্ট্ৰ
উত্তৰঃ মধ্য প্ৰেদেশ
১৯) সাস্থমকোটা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) মধ্যপ্ৰদেশ
খ) কেৰেলা
গ) মিজোৰাম
ঘ) মহাৰাষ্ট্ৰ
উত্তৰঃ কেৰালা
২০) কুট্টানাদ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ?
ক) মধ্যপ্ৰদেশ
খ) কেৰেলা
গ) মিজোৰাম
ঘ) মহাৰাষ্ট্ৰ
উত্তৰঃ কেৰালা
0 Comments
Comment