চহৰ আৰু নদী

চহৰ আৰু নদী

 চহৰ আৰু নদী




জামছেদপুৰ - সুবৰ্ণৰেখা



দিল্লী - যমুনা



কানপুৰ - গংগা



লক্ষ্ণৌ - গোমতী



নাচিক - গোদাবৰী



হায়দৰাবাদ - মুছি



কটক - মহানদী



কলকাতা - হুগলী



সুৰত - তপতি



ফিৰোজপুৰ - ছাটলেজ



উজ্জয়িন - ক্ষীপ্ৰ



এলাহাবাদ - গংগা আৰু যমুনাৰ সংগমস্থলত।



বাৰাণসী - গংগা



পাঞ্জী - মাণ্ডবী



জবলপুৰ - নৰ্মদা



কোটা - চাম্বাল



পাটনা - গংগা



আহমেদাবাদ - সাবৰমতী



গুৱাহাটী - ব্ৰহ্মপুত্ৰ



ডিব্ৰুগড় - ব্ৰহ্মপুত্ৰ



অযোধ্যা - সৰযু



শ্ৰীনগৰ - ঝেলুম



লুধিয়ানা - ছাটলেজ



বদ্ৰীনাথ - অলাকানন্দ



হৰিদ্বাৰ - গংগা

Post a Comment

0 Comments