গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় / জনপ্ৰিয় খেল:
এই লেখাটোত বিভিন্ন দেশৰ কিছুমান গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বা জনপ্ৰিয় খেলৰ বিষয়ে উল্লেখ কৰা হৈছে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰস্তুত কৰাৰ বাবে এইবোৰ গুৰুত্বপূৰ্ণ।
১/ আৰ্জেন্টিনা - পাটো
২/ অষ্ট্ৰেলিয়া - ক্ৰিকেট, অষ্ট্ৰেলিয়ান ফুটবল
৩/ বাংলাদেশ - কাবাডী।
৪/ বেলজিয়াম - ফুটবল
৫/ ভূটান - ধনুৰ্বিদ
৬/ ব্ৰাজিল - কাপোইৰা
৭) বাৰ্বাডোছ - ক্ৰিকেট
৮) বাৰ্মুডা - ক্ৰিকেট
৯) কানাডা - লেক্ৰছ (গ্রীষ্মকালীন) আইচ হকী ( শীতকালীন)
১০) চীন - টেবুল টেনিছ
১১) চেক গণৰাজ্য - আইচ হকী
১২) কিউবা - বেছবল
১৩) চিলি - চিলিৰ ৰ’ডিঅ’
১৪) ডেনমাৰ্ক - ফুটবল, হেণ্ডবল
১৫) ইংলেণ্ড - ক্ৰিকেট
১৬) ইষ্টোনিয়া - বাস্কেটবল
১৭) ফিনলেণ্ড - পেছাপালো
১৮) ফ্ৰান্স - ফুটবল।
১৯) জৰ্জিয়া - ৰাগবী ইউনিয়ন
২০) জাৰ্মানী - ফুটবল
২১) গ্ৰেনেডা - ক্ৰিকেট
২২) গায়ানা - ক্ৰিকেট, ৱাটাৰ প’ল’
২৩) হাংগেৰী - ফুটবল, ৱাটাৰ প’ল’
২৪) আইচলেণ্ড - হেণ্ডবল।
২৫) ভাৰত - ফিল্ড হকী
২৬) ইণ্ডোনেছিয়া - পেনচাক চিলাট
২৭) ইজৰাইল - ফুটবল
২৮) ইটালী - ফুটবল
২৯) ইৰাণ - মল্লযুঁজ
৩০) জামাইকা - ক্ৰিকেট
৩১) জাপান - চুমো মল্লযুঁজ
৩২) মংগোলিয়া - ধনুৰ্বিদ, ঘোঁৰা দৌৰ, মেংগোলিয়ান মল্লযুঁজ
৩৩) মেক্সিকো - চাৰ্ৰেৰিয়া
৩৪) মালয়েছিয়া - ছেপাক টাক্ৰাউ
৩৫) মৰিচাছ - ফুটবল
৩৬) নেপাল - ভলীবল
৩৭) নিউজিলেণ্ড - ৰাগবী ইউনিয়ন
৩৮) নেদাৰলেণ্ড - ফুটবল
৩৯) নৰৱে - ক্ৰছ কান্টি, স্কিইং
৪০) পাকিস্তান - ফিল্ড হকী
৪১) ফিলিপাইনছ - আৰ্নিছ
৪২) পোলেণ্ড - ফুটবল
৪৩) ৰাছিয়া - বেণ্ডী
৪৪) স্কটলেণ্ড - গলফ
৪৫) দক্ষিণ কোৰিয়া - টাইকোৱাণ্ডো
৪৬) স্পেইন - ফুটবল
৪৭) শ্ৰীলংকা - ভলীবল
৪৮) আমেৰিকা - বেছবল
৪৯) ভেনিজুৱেলা - বেছবল।
কিছুমান সম্ভাৱ্য প্ৰশ্ন:
ক) ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি?
ঝ) ফুটবল
ii) কাবাডী
iii) ভলীবল
iv) ফিল্ড হকী
উত্তৰ : ফিল্ড হকী।
খ) ইটালীৰ ৰাষ্ট্ৰীয় খেল কি ?
ঝ) ফুটবল
ii) কাবাডী
iii) ভলীবল
iv) ফিল্ড হকী
উত্তৰ : ফুটবল
গ) নেপালৰ ৰাষ্ট্ৰীয় খেল কি ?
ঝ) ফুটবল
ii) কাবাডী
iii) ভলীবল
iv) ফিল্ড হকী
উত্তৰ : ভলীবল।
0 Comments
Comment