প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত অসম এখন চহকী ৰাজ্য। ইয়াত ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য আছে , যিয়ে ৰাজ্যখনৰ সৌন্দৰ্য্য প্ৰতিফলিত কৰিছে।
১/ অসমৰ সৰ্ববৃহৎ জিলা কোনখন?
ক) কামৰূপ
খ) নলবাৰী
গ) তিনিচুকীয়া
ঘ) কাৰ্বি – আংলং
উত্তৰঃ কাৰ্বি – আংলং
২/ তোৰা চিৰাৰ এক উৎসৱ -
ক) কাৰ্বি
খ) গাৰো
গ) মিছিং
ঘ) ঠেংগল কছাৰী
উত্তৰঃ ঠেংগল কছাৰী
৩/ অসমত কিমান মান ৰাষ্ট্ৰীয় উদ্যান আছে?
ক) ৫
খ) ৮
গ) ৭
ঘ) ৯
উত্তৰ : ৭
৪/ অসমত মুঠ কিমানখন জিলা আছে ?
ক) ২৮
খ) ৩২
গ) ৩১
ঘ) ৩৫
উত্তৰ:৩১
৫) তলৰ কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ ভূমি বুলি জনা যায়?
ক) অৰুণাচল প্ৰদেশ
খ) অসম
গ) গুজৰাট
ঘ) উত্তৰাখণ্ড
উত্তৰঃ অসম ৷
৬) বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান?
ক) ৭০০ কিলোমিটাৰ
খ) ৮০০ কিলোমিটাৰ
গ) ৯০০ কিলোমিটাৰ
ঘ) ৬০০ কি.মি
উত্তৰঃ ৯০০ কি.মি
৭) মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত?
ক) গোলাঘাট, নগাঁও
খ) চিৰাং , নলবাৰী
গ) বৰপেটা , বাকছা
ঘ) চিৰাং, বাকছা
উত্তৰঃ চিৰাং, বাকছা।
৮) অসমৰ সাক্ষৰতাৰ হাৰ কিমান?
ক) ৭১.১২ %
খ) ৭২.১৯ %
গ) ৭৫%
ঘ) ৭৩%
উত্তৰ: ৭২.১৯ %
৯) অসমৰ ৰাজ্যিক গছজোপা কি?
ক) ছাল
খ) চন্দন কাঠ
গ) গামাৰী
ঘ) হলং
উত্তৰ : হলং।
১০) তলৰ কোনটো অসমৰ ৰামছাৰ স্থান হিচাপে তালিকাভুক্ত কৰা হৈছে?
ক) চান্দুবি হ্ৰদ
খ) গভীৰ বিল
গ) সৰেশ্বৰ বিল
ঘ) পদুম পুখুৰী হ্ৰদ
উত্তৰঃ দীপৰ বিল।
১১.নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত –
ক) শোণিতপুৰ
খ) কোকৰাঝাৰ
গ) চিৰাং
ঘ) বাকছা
উত্তৰঃ শোণিতপুৰ।
১২.ৰাইমোৰা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত –
ক) শোণিতপুৰ
খ) কোকৰাঝাৰ
গ) চিৰাং
ঘ) বাকছা
উত্তৰঃ কোকৰাঝাৰ
১৩.তলৰ কোনটো বায়’স্ফিয়াৰ সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছে?
ক) মানস ৰাষ্ট্ৰীয় উদ্যান
খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
গ) দেহিং – পাটকী ৰাষ্ট্ৰীয় উদ্যান
ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ মানস ৰাষ্ট্ৰীয় উদ্যান।
১৪) বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন কোন জিলাত অৱস্থিত?
ক) শোণিতপুৰ
খ) মৰিগাঁও
গ) উদালগুৰি
ঘ) নগাঁও
উত্তৰঃ উদালগুৰি
১৫) তলৰ কোনটো বায়’স্ফিয়াৰ সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছে?
ক)ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
খ)কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
গ) ডেহিং – পাটকী ৰাষ্ট্ৰীয় উদ্যানd
ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।
১৬.সোনাই – ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কত অৱস্থিত?
ক) উদালগুৰি
খ) শোণিতপুৰ
গ) নগাঁও
ঘ) গোলাঘাট
উত্তৰঃ শোণিতপুৰ।
১৭) পবিটোৰা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত?
ক)উদালগুৰি
খ)শোণিতপুৰ
গ) নগাঁও
ঘ) মৰিগাঁও
উত্তৰঃ মৰিগাঁও
১৮) লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত?
ক)উদালগুৰি
খ)শোণিতপুৰ
গ) নগাঁও
ঘ) মৰিগাঁও
উত্তৰঃ নগাঁও
১৯) বুঢ়াচাপুৰী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত?
ক)উদালগুৰি
খ)শোণিতপুৰ
গ) নগাঁও
ঘ) মৰিগাঁও
উত্তৰঃ শোণিতপুৰ
২০) নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত?
ক)উদালগুৰি
খ)কাৰবি - আংলং
গ) নগাঁও
ঘ) মৰিগাঁও
উত্তৰঃ কাৰ্বি - আংলং
0 Comments
Comment