ভাৰতৰ হ্ৰদ ( ভূগোল)

ভাৰতৰ হ্ৰদ ( ভূগোল)

 হ্ৰদ হ’ল ভূপৃষ্ঠত থকা সেই স্থিতিশীল জলভাগ যিবোৰ সকলো ফালে ভূমিৰে আগুৰি থাকে আৰু সদায় ভূমিপৃষ্ঠত অৱস্থিত।

এই লেখাটোত ভাৰতৰ হ্ৰদৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে।


১. অন্ধ্ৰ প্ৰদেশ

১/ কোলেৰু হ্ৰদ

২/ পুলিকেট হ্ৰদ

৩/ দুৰ্গাম

৪/ চাছুভু হ্ৰদ


২. অৰুণাচল প্ৰদেশ

 ১/ গ্যাকৰ চিন্যুই

২/ চালা হ্ৰদ




 ৩. অসম

১/ চান্দুবি হ্ৰদ

২/ চাপানালা হ্ৰদ

৩/ হাফলং হ্ৰদ

৪/ ছান বিল




 ৪. গুজৰাট

১/ হামিৰছাৰ হ্ৰদ

২/ কংকৰীয়া হ্ৰদ

৩/ থল হ্ৰদ

৪/ নল সৰোৱৰ

৫) নাৰায়ণ সৰোবৰ

৬) বস্ত্রপুৰ হ্ৰদ

৭) সুৰসাগৰ হ্ৰদ




 ৫. হিমাচল প্ৰদেশ

 ১/ ভৃগু হ্ৰদ

২/ দশৈৰ হ্ৰদ

৩/ মহাৰাণ প্ৰতাপ সাগৰ

৪/ মেচিয়াল হ্ৰদ

৫/ ৰেনুকা হ্ৰদ

৬/ সুৰজ তাল

৭) সূৰ্য্য তাল

৮) চন্দ্ৰ তাল

৯) পাণ্ডোহ হ্ৰদ

১০ . ঘাধাসাৰু আৰু মহাকালি বিল

১১) কেৰেন আৰু কুমাৰৱাহ হ্ৰদ

১২) খজ্জাৰ হ্ৰদ

১৩) লামা দল আৰু চন্দৰ নৌন হ্ৰদ

১৪) প্ৰাস্কাৰ হ্ৰদ

১৫) মণিমেশ হ্ৰদ



৬.হাৰিয়ানা

 ১/ ব্ৰহ্ম সৰোবৰ

২/ সুৰজ কুণ্ড

৩/ তিলয়াৰ হ্ৰদ

৪/ ব্লু বাৰ্ড হ্ৰদ

৫) বদখাল হ্ৰদ

৬/ কৰ্ণাল হ্ৰদ

৭) সংহিত সৰোবৰ




 ৭. জম্মু আৰু কাশ্মীৰ

১/ ডাল হ্ৰদ

২/ ৱুলাৰ হ্ৰদ

৩/ মনছাৰ হ্ৰদ

৪/ শেষনাগ হ্ৰদ

৫) মানসবাল হ্ৰদ

৬) পাংগং ট্ছ' ( লাডাখ)

৭) ট্সো মৰিৰি ( লাডাখ)




 ৮. কৰ্ণাটক

১/ ছাংকে হ্ৰদ

২/ শান্তিসাগৰ

৩/ দেৱানুৰ হ্ৰদ

৪/ কৰঞ্জ হ্ৰদ

৫/ আগৰা হ্ৰদ

৬/ হেবল হ্ৰদ

৭) মাদিৱালা হ্ৰদ

৮) লালবাগ হ্ৰদ

৯) পাম্পা সৰোভাৰ




 ৯. কেৰালা

 ১/ অষ্টমুদি হ্ৰদ

২/ কুট্টানাড হ্ৰদ

৩/ পৰৱুৰ কায়াল

৪/ পূৰ্ণমুদে হ্ৰদ

৫/ ভেল্লায়নী হ্ৰদ

৬) ভেম্বনাদ হ্ৰদ

৭) মানকোডী কায়াল




 ১০. মহাৰাষ্ট্ৰ

 ১/ ল'নাৰ হ্ৰদ

২) শিৱসাগৰ হ্ৰদ

৩/ চেলিম আলী হ্ৰদ

৪/ বীনা হ্ৰদ

৫/ পাশান হ্ৰদ

৬/ পোৱাই হ্ৰদ

৭/ উপভান হ্ৰদ

৮) পাণ্ডালা হ্ৰদ

৯) টালকো পালি




 ১১.  মেঘালয়

১/ উমিয়াম হ্ৰদ



 ১২. মণিপুৰ

 ১/ লোকটক হ্ৰদ


 ১৩. মিজোৰাম

১.পালক দিল


 ১৪. ওড়িশা

 ১/ অংশুপা হ্ৰদ

/ চিলকা হ্ৰদ

৩/ কাঞ্জিয়া হ্ৰদ




 ১৫.ৰাজস্থান

১/ পচপদ্ৰা হ্ৰদ

২/ পুষ্কৰ হ্ৰদ

৩/ সম্বৰ হ্ৰদ

৪) ৰাজসামন্দ হ্ৰদ

৫) ৰামগড় হ্ৰদ

৬) জয়সামন্দ হ্ৰদ

৭) তালৱাৰা হ্ৰদ

৮) জল মহল

৯) অনা সাগৰ হ্ৰদ

১০) বালছামাণ্ড হ্ৰদ, কাইলানা হ্ৰদ

১১) নাক্কি হ্ৰদ ( মাউণ্ট আবু)

১২) দুধ তলাই হ্ৰদ ( উদয়পুৰ)

১৩) ফতেহসাগৰ হ্ৰদ ( উদয়পুৰ)

১৪) নন্দেশ্বৰ হ্ৰদ ( উদয়পুৰ)

১৫) পিচোলা হ্ৰদ ( উদয়পুৰ)

১৬) স্বৰূপ সাগৰ হ্ৰদ ( উদয়পুৰ)

১৭) উদয়সাগৰ হ্ৰদ ( উদয়পুৰ)

১৮) দমদামা হ্ৰদ



১৬. উত্তৰাখণ্ড

১/ হেমকুণ্ড হ্ৰদ

২/ কেদাৰ তাল

৩/ সতোপন্থ হ্ৰদ

৪/ সহস্ৰা তাল

৫/ বাসুকী হ্ৰদ

৬/ ভীম তাল

৭) নাউকুচিয়া তাল

৮/ শনি তাল

৯/ ডোডিটাল হ্ৰদ

১০) নৈনিতাল হ্ৰদ




 ১৭. তামিলনাডু

১/ কালিভেলী হ্ৰদ

২/ শোলাৱৰাম হ্ৰদ

৩/ বীৰনাম হ্ৰদ

৪/ কোদৈকানাল হ্ৰদ

৫/ উটি হ্ৰদ

৬/ ৰেড হিলছ হ্ৰদ




 ১৮. উত্তৰ প্ৰদেশ

 ১/ আমখেৰা হ্ৰদ

২/ বৰুৱা সাগৰ তাল

৩/ বেলাসাগৰ হ্ৰদ

৪/ ভাণ্ডি তাল

৫/ চান্দো তাল হ্ৰদ

৬/ কিথান হ্ৰদ

৭) ৰামগড় তাল হ্ৰদ

৮) শ্বেখা ঝীল

৯) নাচন তাল




 ১৯. পশ্চিম বংগ

 ১/ দেবাৰ হ্ৰদ

২/ মিৰিক হ্ৰদ

৩/ ৰবীন্দ্ৰ সৰোবৰ

৪/ সন্ত্ৰগাছি হ্ৰদ

৫/ চেঞ্চল হ্ৰদ

Post a Comment

0 Comments