FIRST IN INDIA
1. Who was the first president of India?
Ans: Pratibha Patil.
ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ: প্ৰতিভা পাটিল
2. Who was the first Prime Minister of India?
Ans: Indira Gandhi.
ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?
ইন্দিৰা গান্ধী।
3. Who was the first Woman Governor of India?
Ans: Sarojini Naidu .
ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল?
উত্তৰঃ সৰোজিনী নাইডু ৷
4. Who was the first woman ruler ( on Delhi's throne) ?
Ans: Razia Sultan.
প্ৰথম নাৰী শাসক ( দিল্লীৰ সিংহাসনত) কোন আছিল ?
উত্তৰঃ ৰাজিয়া চুলতান।
5. Who was the first woman I.P.S. officer of India?
Ans: Kiran Bedi.
ভাৰতৰ প্ৰথম মহিলা I.P.S. বিষয়া কোন আছিল?
উত্তৰঃ কিৰণ বেদী।
6. Who was the first Woman Chief Minister of a state?
Ans: Sucheta Kripalini .
এখন ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ: সুচেতা কৃপালিনি ৷
7. Who was the first Woman President of Indian National Congress?
Ans: Annie Besant
৭) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ?
উত্তৰ : এনি বেছাণ্ট
8. Who was the first Woman to get Ashok Chakra?
Ans: Nirja Bhanot.
অশোক চক্ৰ পোৱা প্ৰথম মহিলা কোন?
উত্তৰঃ নিৰ্জা ভানোট।
9. Who was the first Indian Woman Ambassador at United Nations?
Ans: Vijayalakshmi Pandit.
ৰাষ্ট্ৰসংঘত প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত কোন আছিল?
উত্তৰঃ বিজয়লক্ষ্মী পণ্ডিত।
10. Who was the first Indian Woman to become ' Miss World'?
Ans: Miss Reita Faria.
' মিছ ৱৰ্ল্ড ' হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
উত্তৰ : মিছ ৰেইটা ফাৰিয়া।
11. Who was the First Indian Woman to climb the ' Mt. Everest' twice?
Ans: Santosh Yadav.
দুবাৰকৈ ' মাউণ্ট এভাৰেষ্ট' বগাই যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
উত্তৰঃ সন্তোষ যাদৱ।
12. Who was the first female IAS officer?
Ans: Anna George .
প্ৰথম মহিলা আই এ এছ বিষয়া কোন আছিল?
উত্তৰ: আন্না জৰ্জ .
13. Who was the First Female Chairperson of UPSC?
Ans: Rose Millian Bathew.
ইউ পি এছ চিৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল?
উত্তৰ : ৰোজ মিলিয়ান বাথিউ।
14. Who was the First Female Member of Parliament?
Ans: Radhabai Subbarayan.
প্ৰথম মহিলা সংসদ সদস্য কোন আছিল?
উত্তৰঃ ৰাধাবাই সুববৰায়ণ।
15. Who was the First Female Deputy Chairperson of Rajyasabha?
Ans: Violet Alva.
ৰাজ্যসভাৰ প্ৰথম মহিলা উপ অধ্যক্ষ কোন আছিল?
উত্তৰ : ভায়োলেট আলভা।
0 Comments
Comment