ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন(ADRE)

ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন(ADRE)

 

 ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

( উপ বিষয় : ভাৰতীয় সংবিধানৰ উৎস)

 

 

 

/ তলৰ কোনটো ৱাইমাৰ(Weimer)  সংবিধানৰ পৰা লোৱা হৈছে?

) মৌলিক অধিকাৰ

) মৌলিক কৰ্তব্য

) সমান্তৰাল তালিকা ( concurrent list)

) জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ স্থগিত ৰখা

উত্তৰঃ ) জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ স্থগিত ৰখা

 

 

) ফেডাৰেল আঁচনি তলৰ কোনটোৰ পৰা লোৱা হয় ?

) ভাৰত চৰকাৰৰ আইন ১৯৩৫

) ব্ৰিটিছ সংবিধান

) আমেৰিকাৰ সংবিধান

) আয়াৰলেণ্ডৰ সংবিধান

উত্তৰঃ ) ভাৰত চৰকাৰৰ আইন ১৯৩৫

 

) কোনখন সংবিধানৰ পৰা ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি গ্ৰহণ কৰিছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) আয়াৰলেণ্ডৰ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰ:)আয়াৰলেণ্ডৰ সংবিধান

 

 

 

) কোনখন সংবিধানৰ পৰা ভাৰতীয় সংবিধানে ৰাজ্যসভালৈ সদস্যৰ মনোনয়ন দিয়াৰ ধাৰণা গ্ৰহণ কৰিছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সং

) আয়াৰলেণ্ডৰ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰ:) আয়াৰলেণ্ডৰ সংবিধান

 

 

) কোনখন সংবিধানৰ পৰা ভাৰতীয় সংবিধানে সংসদৰ দুটা সদনৰ যৌথ বহাৰ ধাৰণা গ্ৰহণ কৰিছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) আয়াৰলেণ্ডৰ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰ:) অষ্ট্ৰেলিয়াৰ সংবিধান

 

 

 

) কোনখন সংবিধানৰ পৰা ভাৰতীয় সংবিধানে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণৰ ধাৰণা গ্ৰহণ কৰিছে ?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) আইৰিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) আমেৰিকাৰ সংবিধান

 

 

 

) ন্যায়পালিকাৰ স্বাধীনতাৰ ব্যৱস্থা কোনখন সংবিধানৰ পৰা লোৱা হৈছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) আইৰিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) আমেৰিকাৰ সংবিধান

 

 

 

) আইনৰ যথাযথ প্ৰক্ৰিয়াৰ ব্যৱস্থা কোনখন সংবিধানৰ পৰা লোৱা হয়?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) আইৰিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) আমেৰিকাৰ সংবিধান

 

 

 

/ দ্বিসদস্যবাদ কোনখন সংবিধানৰ পৰা লোৱা হয়?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) ব্ৰিটিছ সংবিধান

 

 

 

১০) বিশেষাধিকাৰ অধিকাৰ কোনখন সংবিধানৰ পৰা লোৱা হয়?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) ব্ৰিটিছ সংবিধান

 

 

 

১১) কেবিনেট ব্যৱস্থা কোনখন সংবিধানৰ পৰা লোৱা হয়?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) ব্ৰিটিছ সংবিধান

 

 

 

১২) আইনৰ শাসন কোনখন সংবিধানৰ পৰা লোৱা হয়?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) ব্ৰিটিছ সংবিধান

 

 

 

১৩) সংসদীয় চৰকাৰৰ ধাৰণা কোনখন সংবিধানৰ পৰা লোৱা হৈছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) ব্ৰিটিছ সংবিধান

 

 

 

১৪) একক নাগৰিকত্বৰ ধাৰণা কোনখন সংবিধানৰ পৰা লোৱা হৈছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) ব্ৰিটিছ সংবিধান

 

 

১৫) ন্যায়িক পৰ্যালোচনাৰ ধাৰণা কোনখন সংবিধানৰ পৰা লোৱা হৈছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) আমেৰিকাৰ সংবিধান

 

 

 

১৬) ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ ধাৰণা কোনখন সংবিধানৰ পৰা লোৱা হৈছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) আমেৰিকাৰ সংবিধান

 

 

১৭) উপ-ৰাষ্ট্ৰপতিৰ পদ কোনখন সংবিধানৰ পৰা লোৱা হয়?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) আমেৰিকাৰ সংবিধান

 

 

 

১৮) কেন্দ্ৰই ৰাজ্যপালক নিযুক্তি দিয়াৰ ধাৰণা কোনখন সংবিধানৰ পৰা লোৱা হৈছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) কানাডাৰ সংবিধান

 

 

১৯) শক্তিশালী কেন্দ্ৰ থকা ফেডাৰেচনৰ ধাৰণা কোনখন সংবিধানৰ পৰা লোৱা হৈছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) ব্ৰিটিছ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) কানাডাৰ সংবিধান

 

 

 

২০) আইনে প্ৰতিষ্ঠা কৰা পদ্ধতিৰ ধাৰণা কোনখন সংবিধানৰ পৰা লোৱা হৈছে?

) আমেৰিকাৰ সংবিধান

) কানাডাৰ সংবিধান

) জাপানৰ সংবিধান

) অষ্ট্ৰেলিয়াৰ সংবিধান

উত্তৰঃ ) জাপানৰ সংবিধান

 

Post a Comment

0 Comments