Partition of Bengal ( 1905 - 1911 AD) and Swadeshi Movement
( বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
Very short answer type questions:
( অতি চমু প্ৰশ্নৰ উত্তৰ)
Q. During whose region did the partition of Bengal take place?
( কাৰ সময়ছোৱাত বা কোনজন ভাইচৰয়ৰ দিনত বংগ বিভাজন হৈছিল?
Ans: Lord Curzon in 1905 (লৰ্ড কাৰ্জনৰ সময়ছোৱাত, ১৯০৫).
Q. When was the Sepoy Mutiny started?
চিপাহী বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল?
Ans: 1857 (১৮৫৭ চনত)
Q. What is the second important upheaval in India after the Sepoy mutiny?
( চিপাহী বিদ্ৰোহৰ পাছত কোনটো ঘটনাক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ উল্লেখনীয় ঘটনা বুলি কোৱা হয়?)
Ans: Partition of Bengal ( বংগ বিভাজন) ।
Q. What was the first active national struggle in all Indian perspective?
( সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথমটো জাতীয় সংগ্ৰাম কোনটো আছিল?
Ans: Partition of Bengal ( বংগ বিভাজন) ।
Q. When was the Regulating Act introduced?
( নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?)
Ans: In 1773 ( ১৭৭৩ চনত)
Q. Through which act , the post of the Governor of Bengal Presidency was upgraded to the level of Governor General?
( কোনখন আইনৰ যোগেদি বংগ প্ৰেছিডেন্সীৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল?
Ans: Through the Regulating Act , 1773.( নিয়ন্ত্ৰনকাৰী আইন, ১৭৭৩ ৰ যোগেদি)
Q. When was Allahabad Treaty signed?
( এলাহাবাদ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?)
Ans: In 1765 ( ১৭৬৫ চনত) ।
Q. Between whom the Allahabad Treaty was signed?
( কাৰ কাৰ মাজত এলাহাবাদ সন্ধি স্বাক্ষৰিত হৈছিল?)
Ans: Between the Moghal emperor Shah Alam and Robert Clive ( মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত)
Q. When was the state of Assam created?
( অসম কেতিয়া গঠন কৰা হৈছিল?)
Ans: On 7 th February, 1874.( ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে)
Q. Name the two British officers who helped Lord Curzon in the process of partition.
(বংগ বিভাজনত লৰ্ড কাৰ্জনক সহায় কৰা ব্ৰিটিছ বিষয়া দুগৰাকীৰ নাম লিখা )
Ans: Andrew Fraser, chief commissioner of Madhya Pradesh and J. Bamfylde Fuller.
(মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত এন্ড্রু ফ্ৰেজাৰ (Andrew Fraser) আৰু আনজন অসমৰ মুখ্য আযুক্ত জন ব্যামফিল্ড ফুলাৰ (১৯০২-১৯০৫))
Q. Who gave proposal to Lord Curzon to change the geographical boundary of Madhya Pradesh and Bengal?
( কোনে মধ্য প্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় কাৰ্জনক দিছিল?)
Ans: Andrew Fraser in 1901 AD. (এন্ড্রু ফ্ৰেজাৰ, ১৯০১ চনত )
Q. When was the Yandaboo Treaty signed?
( ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?)
Ans: On 24 th February, 1826 (২৪ ফেব্ৰুৱাৰী, (১৮২৬ চনত)
Q. When was Andrew Fraser appointed as Lt. Governor of Bengal?
( এন্ড্রু ফ্ৰেজাৰ কেতিয়া বংগ প্ৰদেশৰ লেফ্টেনেণ্ট গৱৰ্ণৰৰ পদত অধিষ্ঠিত হৈছিল?)
Ans: In 1903. (১৯০৩ খ্ৰীষ্টাব্দত).
Q. What is partition of Bengal?
( বংগ বিভাজন বুলিলে কি বুজা?)
Ans: The process of bifurcation of Bengal and to annex one part of it into Assam is historically known as the historical partition of Bengal.
( বংগদেশক দ্বি খণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগ ভংগ বুলি কোৱা হয়।)
Q. What was the capital of "Eastern Bengal and Assam"?
( "পূৰ্ব বংগ আৰু অসম " ৰ ৰাজধানী কি আছিল?)
Ans: Dhaka ( ঢাকা).
Q. What was the capital of proposed Bengal Province ?
( প্ৰস্তাৱিত বংগ প্ৰদেশখনৰ ৰাজধানী কি আছিল?)
Ans: Calcutta ( কলিকতা)
Q.The United Bengal is a big force , the partition will destroy this big unity"? - Who said this to whom ?
( ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব ।" --- কোনে কাক কৈছিল?)
Ans: Herbert Risely 's letter to Lord Curzon.
( হাবাৰ্ত ৰিজলীয়ে লৰ্ড কাৰ্জন লৈ লিখা চিঠিত কৈছিল )
Q. What was considered to be the centre of Indian Nationalism?
( ভাৰতীয় জাতয়তাবাদৰ প্ৰাণকেন্দ্ৰ কি আছিল?)
Ans: Bengal ( বংগ প্ৰদেশ)
Q. What was the real motive of Lord Curzon?
( লৰ্ড কাৰ্জনৰ প্ৰকৃত উদ্দেশ্য কি আছিল?)
Ans: The real motive of Lord Curzon was to strengthen the British empire in India by weakening the politically conscious Hindu - Bengalis and thus to resist the growth of Indian nationalism .
( লৰ্ড কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ় দি তোলা)
Q. What was the hidden purpose behind the partition of Bengal?
( বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল?)
Ans: To break the Hindu - Muslim unity.
( হিন্দু - মুছলমানৰ মাজত একতা ভাঙি দিয়া)
Q. When was the process of partition of Bengal implemented?
( বংগ বিভাজন প্ৰক্ৰিয়াটো কেতিয়া কাৰ্যকৰী হৈছিল?)
Ans: On 16 October, 1905.
(১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে)।
0 Comments
Comment