ইতিহাসৰ লগত জড়িত কিছুমান প্ৰশ্নৱলী

ইতিহাসৰ লগত জড়িত কিছুমান প্ৰশ্নৱলী

 


প্ৰতিটো প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ইতিহাস এক অতি গুৰুত্বপূৰ্ণ বিষয়।আশাকৰোঁ তলৰ প্ৰশ্ন সমূহে পাঠকক উৎসাহ দিব।



 

১) আঁলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমন কৰিছিল?

উত্তৰ: ৩২৬ খ্ৰীষ্টপূৰ্ৱত ।



 

২) মৌৰ্য সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ: ৩২২ খ্ৰীষ্টপূৰ্ৱত ।



 

৩) ভাৰতৰ প্ৰথম মোগল সম্ৰাট জনৰ নাম কি আছিল?

উত্তৰ: বাবৰ।



 

৪) তাজ মহল কোনে সাজিছিল?

উত্তৰ: চাহজাহান য়ে।




 

৫) লালা লাজপত ৰায় ক অন্য কি নামেৰে জনা যায়?

উত্তৰ: পাঞ্জাব ৰ সিংহ।



 

৬) চন্দ্ৰগুপ্ত ২ ৰ অন্য নাম কি?

উত্তৰ: বিক্ৰমাদিত্য ।




 

৭) ফাতেহপুৰ চিক্ৰি নামৰ চহৰ খন কোনে বনাইছিল?

উত্তৰ: আকবৰ য়ে।




 

৮) দিল্লী ৰ ৰেড ফোৰ্ট কোনে সাজিছিল?

উত্তৰ: চাহজাহান  য়ে।




 

৯) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰ: ৰাজেন্দ্ৰ প্ৰসাদ।




 

১০) "স্বাধীনতা মোৰ জন্মস্বত্ব অধিকাৰ" কথাষাৰ কোনে কৈছিল?

উত্তৰ: বাল গংগাধৰ তিলক।




 

১১) পলাশীৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ: ১৭৫৭ চনত।




 

১২) স্থায়ী বন্দবস্ত নীতিৰ কোনে আৰম্ভণি কৰিছিল?

উত্তৰ: লৰ্ড কৰ্ণৱালিছ ।





 

১৩) ভাৰতৰ শেষৰজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ: চি ৰাজা গোপালাচাৰিয়া।



 

১৪) ভাৰতীয় জাতীয় কংগ্ৰেছৰ  প্ৰথম অধিবেশন কত বহিছিল?

উত্তৰ: বোম্বাই ত।



 

১৫) ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ: ১৯৪২ চনত।



 

১৬) কেতিয়া কলকাতা চহৰখন গঠন কৰা হৈছিল?

উত্তৰ: ১৬৯০ চনত।


 


Post a Comment

0 Comments