GK অনুশীলন ছেট 1

GK অনুশীলন ছেট 1

 ১) তলত দিয়া কথাবোৰ বিবেচনা কৰক:

ক) ২০০৫ চনৰ আগষ্ট মাহত অ’চিআই (OCI) কাৰ্ড প্ৰৱৰ্তন কৰা হৈছিল।

খ) অ’চিআই কাৰ্ড(OCI)আঁচনিত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ নাগৰিক হোৱা সকলো পিআইঅ’(PIL)ৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে।


ওপৰৰ কোনটো উক্তি/সমূহ শুদ্ধ/সঠিক?


ঝ) কেৱল ক 


ii) কেৱল খ


iii) ক আৰু খ দুয়োটা 


iv) এইবোৰৰ কোনোটোৱেই নহয়


উত্তৰ: iii) ক আৰু খ দুয়োটা 








২) তলত দিয়া কথাবোৰ বিবেচনা কৰক:

ক) মহাদেশীয় শ্বেলফ( continental shelf) মূলতঃ মহাদেশীয় মঞ্চৰ বৰ্ধিত ৰূপ।

খ) সাগৰীয় খহনীয়া আৰু নদীৰ আৱৰ্জনাৰ ফল।

ওপৰৰ কোনটো উক্তি/উক্তি শুদ্ধ/সঠিক?


ঝ) কেৱল ক 


ii) কেৱল খ


iii) ক আৰু খ দুয়োটা 


iv) এইবোৰৰ কোনোটোৱেই নহয়


উত্তৰ: iii) ক আৰু খ দুয়োটা 







৩/ বডোৰ চহকী সংস্কৃতিক বুজাই দিয়া জি আই টেগত তলৰ কোনবোৰ অন্তৰ্ভুক্ত কৰা হৈছে?


ক) অৰোনাই 


খ) বডো নাৰ্জী


গ) অণ্ডলা


ঘ) বডো নাফাম



বিকল্পসমূহ:


ঝ) কেৱল ক আৰু খ


ii) কেৱল ক আৰু গ


iii) ক, খ আৰু গ


iv) ক,খ , গ আৰু ঘ


উত্তৰ:iv) ক,খ , গ আৰু ঘ


(বিঃদ্ৰঃ: বডোৰ চহকী সংস্কৃতিক বুজাই দিয়া ৮টা নতুন বস্তুৰ বাবে জিআই টেগ -


আৰোনাই , জোউ গ্ৱৰণ, মাইব্ৰা জোউ বিদ্ৱী, জোউ গিচি, বডো নাফাম, ওণ্ডলা, বডো গোখা , বডো নাৰ্জী)






৪. সহ - জিলা স্থাপন কৰা প্ৰথম ৰাজ্যখন কি?


ক) গুজৰাট 


খ) বিহাৰ


গ) অৰুণাচল প্ৰদেশ 


ঘ) অসম 


উত্তৰঃ অসম।






৫) অসমৰ সহ - জিলাৰ মূল বৈশিষ্ট্যসমূহ কি কি?


ক) জিলা পৰ্যায়ৰ তলৰ সৰু সৰু প্ৰশাসনিক একক।


খ) নাগৰিকৰ অত্যাৱশ্যকীয় চৰকাৰী সেৱাসমূহ সময়মতে লাভ কৰা।


গ) তৃণমূল পৰ্যায়লৈ শাসন ব্যৱস্থা আনি দক্ষতা বৃদ্ধিৰ বাবে উল্লেখযোগ্য পদক্ষেপ।


ঘ) নাগৰিককেন্দ্ৰিক সেৱাসমূহ সুশৃংখলিত কৰা।




বিকল্পসমূহ : 


ঝ) কেৱল ক আৰু খ 


ii) কেৱল ক আৰু গ


iii) ক, খ আৰু গ


iv) ক,খ , গ আৰু ঘ


উত্তৰ:iv) ক,খ , গ আৰু ঘ





৬) অসমৰ কোনটো ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে?


ক) বডো 


খ) অসমীয়া 


গ) ৰাজবংশী


ঘ) বডো - কছাৰী 


উত্তৰঃ খ) অসমীয়া






৭) এছিয়াৰ সীমাৰ সন্দৰ্ভত তলত দিয়া কথাবোৰ বিবেচনা কৰক।




স্তম্ভ ক                       স্তম্ভ খ 


ক) পূব                      ১) প্ৰশান্ত মহাসাগৰ 


খ) পশ্চিম                   ২) ভাৰত মহাসাগৰ


গ) দক্ষিণ                    ৩) উৰাল পৰ্বতমালা 


ঘ) উত্তৰ                     ৪) আৰ্কটিক মহাসাগৰ 


নিম্নলিখিতৰ পৰা সঠিক বিকল্প বাছক:


i) ক-১ , খ-২, গ-৩, ঘ-৪


ii) ক-১, খ-৩, গ,-২ ঘ-৪ 


iii) ক-২ , খ-৩, গ-১, ঘ-৪


iv) ক-১ , খ-৪, গ-৩, ঘ-২


উত্তৰ: ii) ক-১, খ-৩, গ,-২ ঘ-৪





৮) কোনটো দিন গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় ?


ক) ১ ডিচেম্বৰ


খ) ২ অক্টোবৰ


গ) ১৪ নৱেম্বৰ


ঘ) ২ ফেব্ৰুৱাৰী


উত্তৰঃ খ) ২ অক্টোবৰ





৯) তলত দিয়া কথাবোৰ বিবেচনা কৰক : 


ক) চিলিকা হ্ৰদ ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ।


খ) ই ওড়িশা ৰাজ্যত অৱস্থিত।


ওপৰৰ কোনটো উক্তি/উক্তি শুদ্ধ/সঠিক?


ঝ) কেৱল ক 


ii) কেৱল খ


iii) ক আৰু খ দুয়োটা 


iv) এইবোৰৰ কোনোটোৱেই নহয়


উত্তৰ: iii) ক আৰু খ দুয়োটা





১০) হিমালয়ৰ নিষ্কাশন ব্যৱস্থা তিনিটা নদী ব্যৱস্থাৰে গঠিত যথা, 


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ 


গ) কাবেৰী 



সঠিক বিকল্প বাছক:


ঝ) কেৱল ক


ii) কেৱল খ


iii) কেৱল ক আৰু খ


iv) সেই সকলোবোৰ


উত্তৰঃ iii) কেৱল ক আৰু খ

Post a Comment

0 Comments