১/ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোনে নিযুক্তি দিয়ে?
উত্তৰ : ৰাষ্ট্ৰপতি।
২) ভাৰতৰ সংবিধানৰ কোনটো অংশ কেন্দ্ৰীয় ন্যায়পালিকাৰ সৈতে জড়িত?
উত্তৰ : পঞ্চম খণ্ড।
৩/ কোনবোৰ অনুচ্ছেদ সংঘৰ ন্যায়পালিকাৰ ব্যৱস্থাৰ সৈতে জড়িত?
উত্তৰঃ ১২৪ নং অনুচ্ছেদৰ পৰা ১৪৭ নং অনুচ্ছেদলৈ।
৪/ আই এম এফৰ মুখ্য অৰ্থনীতিবিদ হোৱা প্ৰথমগৰাকী মহিলা কোন?
উত্তৰঃ গীতা গোপীনাথ।
৫/ বিশ্ব উন্নয়নৰ প্ৰতিবেদন কোনে প্ৰকাশ কৰে?
উত্তৰঃ বিশ্ব বেংক।
৬/ MIGA ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ বহুপক্ষীয় বিনিয়োগ নিশ্চয়তা সংস্থা।
৭/ আইচিএছআইডিৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ: বিনিয়োগ বিবাদ নিষ্পত্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ।
৮/ বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগী কোনে প্ৰকাশ কৰে?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি।
৯/ গ্ল’বেল ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপ’ৰ্ট কোনে প্ৰকাশ কৰে?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি।
১০) আই এম এফত কিমানজন সদস্য আছে?
উত্তৰঃ ১৮৯ জন সদস্য।
১১) GATT ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি।
১২) GATT ৰ উত্তৰাধিকাৰী কোন?
উত্তৰ : বিশ্ব ব্যৱসায় সংস্থা।
১৩ . কোন চনত শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯৪৮ চনত।
১৪) প্ৰথম বিশ্বব্যাপী বহুপক্ষীয় মুক্ত বাণিজ্য চুক্তি কি আছিল?
উত্তৰ: GATT .
১৫) আই পি আৰৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ।( Intellectual property rights)
১৬) GATS ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ সেৱাৰ বাণিজ্যৰ সাধাৰণ চুক্তি।
১৭) কম্পিউটাৰ ব্যৱস্থাৰ হৃদয় কি?
উত্তৰ: হাৰ্ডৱেৰ।
১৮) কম্পিউটাৰ ব্যৱস্থাৰ আত্মা কি?
উত্তৰ: চফট্ ৱেৰ।
19. কোনটো ড্ৰাইভাৰে I/O ডিভাইচসমূহ আৰু কমপিউটাৰৰ মাজত অনুবাদক হিচাপে কাম কৰে?
উত্তৰ: ডিভাইচ ড্ৰাইভাৰ।
২০) এটা ভাষাত লিখা প্ৰগ্ৰেম ক’ডক আন এটা ভাষালৈ ৰূপান্তৰিত কৰিবলৈ কোনটো ব্যৱহাৰ কৰা হয়?
উত্তৰঃ ভাষা অনুবাদক।
0 Comments
Comment