১/ " অতিক্ৰম: প্ৰমুখ স্বামীজীৰ সৈতে মোৰ আধ্যাত্মিক অভিজ্ঞতা" গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ড° এ পি জে আব্দুল কালাম।
২/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ?
উত্তৰ : এনি বেছাণ্ট।
৩/ কাৰ ৰাজত্বকালত ছাৰ থমাছ ৰ’ আহিছিল?
উত্তৰ : জাহাংগীৰ।
৪) কাক টুটি - ই- হিন্দুস্তান বুলি কোৱা হয়?
উত্তৰঃ আমিৰ খুছৰো
৫/ আটাইতকৈ ওখ প্ৰাণীৰ নাম কি?
উত্তৰ : জিৰাফ।
৬) আটাইতকৈ দ্ৰুততম প্ৰাণী কোনটো?
উত্তৰ : চিতা।
৭) আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি?
উত্তৰঃ শুক্ৰ।
৮) গায়ানাৰ সংসদৰ নাম কি?
উত্তৰঃ ৰাষ্ট্ৰীয় বিধানসভা।
৯) ' দিল্লী চালো' শ্লোগান কোনে দিলে?
উত্তৰঃ শুভাষ চন্দ্ৰ বসু।
১০) কোনে কৈছিল " কোনে জীয়াই থাকে ভাৰত মৰে" ?
উত্তৰঃ জৱাহৰলাল নেহৰু।
১১) ' কামায়নী ' কোনে লিখিছিল ?
উত্তৰঃ জয় শংকৰ প্ৰসাদ।
১২) পণ্ডিত ৰবি শংকৰৰ সম্পৰ্ক কোনটো বাদ্যযন্ত্ৰৰ সৈতে?
উত্তৰঃ সীতাৰ।
১৩) কুমি কোন ৰাজ্যৰ নৃত্য ৰূপ?
উত্তৰঃ তামিলনাডু।
১৪) লাহো কোনখন ৰাজ্যৰ নৃত্যৰ ৰূপ?
উত্তৰঃ মেঘালয়।
১৫) বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়নক কি বুলি কোৱা হয়?
উত্তৰঃ ব্ৰহ্মাণ্ডবিজ্ঞান।
১৬) ছালৰ অধ্যয়নক কি বুলি কোৱা হয়?
উত্তৰ : Dermatology.
১৭) উদ্ভিদৰ অধ্যয়নক কি বুলি কোৱা হয়?
উত্তৰ : উদ্ভিদ বিজ্ঞান।
১৮) ছমপক্স কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : এডৱাৰ্ড জেনাৰ।
১৯) ডাইনামাইট কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : আলফ্ৰেড নোবেল।
২০ . ডাইনেমো কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ : মাইকেল ফেৰাডে।
0 Comments
Comment