Nutrition in Animals ( প্ৰাণীৰ পৰিপুষ্টি)

Nutrition in Animals ( প্ৰাণীৰ পৰিপুষ্টি)

 


1. What is animal nutrition? 

Ans: Animal nutrition includes nutrient requirement, mode of intake of food and its utilisation in the body.


প্ৰাণীৰ পৰিপুষ্টি কি?

উত্তৰ: প্ৰাণীৰ পৰিপুষ্টিৰ ভিতৰত পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা, খাদ্য গ্ৰহণৰ ধৰণ আৰু শৰীৰত ইয়াৰ ব্যৱহাৰ আদি অন্তৰ্ভুক্ত।




2 . What is called digestion? 

Ans: The breakdown of complex components of food into simplier substances is called digestion.

পাচন কি ?

উত্তৰ : খাদ্যৰ জটিল উপাদানসমূহৰ সৰল পদাৰ্থলৈ বিভাজনক পাচন বোলা হয়।


3. What are the various compartments of the canal?

Ans: The various compartments of the canal are :

a) the buccal cavity

b) food pipe or oesophagus 

c) stomach

d) small intestine

e) large intestine ending in the rectum

f) the anus. 


খাদ্য নলীৰ বিভিন্ন ভাগবোৰ কি কি ?

উত্তৰ:

 ক) মুখ গহ্বৰ 

খ) গ্ৰ াসনলী বা গ্ৰসিকা 

গ) পাকস্থলী 

ঘ) ক্ষুদ্ৰাট্র 

ঙ) বৃহদান্ত্ৰ যি মলাশয়ত শেষ হয় 

চ) পায়ু।



4. Draw a picture of human digestive system.

Ans: 







5. Who secrete digestive juices?

Ans: Salivary glands , the liver and the pancreas secrete digestive juices.


পাচক ৰস কিহে নিঃ সৰণ কৰে?

উত্তৰ: লালটি গ্ৰন্থি, যকৃৎ আৰু অগ্নাশয়ে পাচক ৰস নিঃ সৰণ কৰে।



6. Who convert complex substances of food into simplier ones?

Ans: The digestive juices convert complex substances of food into simplier ones.

কিহে খাদ্যৰ জটিল পদাৰ্থবোৰক সৰল উপাদানলৈ পৰিবৰ্তিত কৰে?

উত্তৰ: পাচক ৰসে খাদ্যৰ জটিল পদাৰ্থবোৰক সৰল উপাদানলৈ পৰিবৰ্তিত কৰে।



7. What is digestive system?

Ans: The digestive tract and the associated glands together constitute the digestive system.

পাচনতন্ত্ৰ কি?

উত্তৰ: খাদ্যনলী আৰু সহযোগী গ্ৰন্থিবোৰ একেলগে লগ হৈ পাচনতন্ত্ৰ গঠিত হৈছে।



8. What is called ingestion?

Ans: The process of taking food into the body is called ingestion.


অন্ত: গ্ৰহণ কাক বোলে?

খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াটোক অন্ত: গ্ৰহণ বুলি কোৱা হয়।



9. Who breaks down the starch into sugars?


Ans: The Saliva breaks down the starch into sugars.

কিহে স্বেতসাৰক ভাঙি চেনি কৰে?

লালটিয়ে স্বেতসাৰক ভাঙি চেনি কৰে।



10 . What are the functions of the tongue?

Ans: 

1. We use our tongue for talking.

2. It mixes saliva with the food during chewing and helps in swallowing food.

3. We also taste food with our tongue.



জিভাৰ কাম বা কাৰ্য্যবোৰ কি কি ?

১) আমি আমাৰ জিভাখন কথা কোৱাৰ কাৰণে ব্যবহাৰ কৰোঁ।

২) জিভাই খাদ্য চোবোৱাৰ সময়ত লালটিক খাদ্যৰ লগত মিহলাই দিয়াত আৰু খাদ্য গিলাত সহায় কৰে।

৩) আমি আমাৰ জিভাৰে বিভিন্ন খাদ্যৰ সোৱাদ লওঁ।



11. What is called absorption?

Ans: The digested food pass into the blood vessels in the wall of the intestine. This process is called absorption. 

শোষণ কি?

পাচন হোৱা খাদ্যবোৰ ক্ষুদ্ৰাট্রৰ বেৰত থকা তেজৰ নলিকালৈ যোৱা প্ৰক্ৰিয়াটোক শোষণ বুলি কোৱা হয়।



12. Arrangement of teeth and different types of teeth.











Post a Comment

0 Comments