ভাৰতৰ ভূগোল
✋ বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ’ল-
ক) জনমূৰি আয় কম
খ) জনমূৰি আয়ৰ লেহেমীয়া বৃদ্ধি
গ) জনসংখ্যাৰ অত্যধিক চাপ
ঘ) দৰিদ্ৰতা
ঙ) কৃষিৰ ওপৰত নিৰ্ভৰশীলতা
চ) ক্ৰমাৎ বৃদ্ধি পোৱা নিবনুৱা সমস্যা
ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন।
0 Comments
Comment