APSC / UPSC PRACTICE QUESTIONS ( QUESTIONS RELATED TO ENVIRONMENT)
APSC / UPSC অনুশীলনৰ প্ৰশ্ন ( পৰিৱেশৰ সৈতে জড়িত প্ৰশ্ন)
এই লেখাটোত পৰিৱেশ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়োৱা হৈছে।
গুৰুত্বপূৰ্ণ প্ৰশ্ন :
১/ কোনটো দিনক বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ২ মাৰ্চ
গ) ২২ ফেব্ৰুৱাৰী
ঘ) ৭ এপ্ৰিল
উত্তৰঃ ক) ২ ফেব্ৰুৱাৰী
২) কোনটো দিনক বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ২১ মাৰ্চ
গ) ২২ ফেব্ৰুৱাৰী
ঘ) ৭ এপ্ৰিল
উত্তৰঃ খ) ২১ মাৰ্চ
৩) কোনটো দিনক বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ২২ মাৰ্চ
গ) ২২ ফেব্ৰুৱাৰী
ঘ) ৭ এপ্ৰিল
উত্তৰঃ খ) ২২ মাৰ্চ
৪) কোনটো দিনক বিশ্ব বতৰ বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ২২ মাৰ্চ
গ) ২৩ মাৰ্চ
ঘ) ৭ এপ্ৰিল
উত্তৰঃ গ) ২৩ মাৰ্চ
৫) কোনটো দিনক পৃথিৱী দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ২২ এপ্ৰিল
গ) ২৩ মাৰ্চ
ঘ) ৭ এপ্ৰিল
উত্তৰঃ খ) ২২ এপ্ৰিল
৬) কোনটো দিনক আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ২২ মে’
গ) ২৩ মাৰ্চ
ঘ) ৭ এপ্ৰিল
উত্তৰঃ খ) ২২ মে’
৭) কোনটো দিনক ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ৩১ মে’
গ) ২৩ মাৰ্চ
ঘ) ৭ এপ্ৰিল
উত্তৰঃ খ) ৩১ মে’
৮) কোনটো দিনক বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ৩১ মে’
গ) ২৩ মাৰ্চ
ঘ) ৫ জুন
উত্তৰঃ ঘ) ৫ জুন
৯) কোনটো দিনক বিশ্ব মহাসাগৰ দিৱস হিচাপে পালন কৰা হয়?
ক) ২ ফেব্ৰুৱাৰী
খ) ৩১ মে’
গ) ৮ জুন
ঘ) ৭ জুন
উত্তৰঃ গ) ৮ জুন
১০) কোনটো দিনক বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়?
ক) ৮ জুলাই
খ) ১১ জুলাই
গ) ৮ জুন
ঘ) ৭ জুন
উত্তৰঃ খ) ১১ জুলাই
১১) কোনটো দিনক বিশ্ব গাড়ী - মুক্ত দিৱস হিচাপে পালন কৰা হয়?
ক) ৮ জুলাই
খ) ১২ জুলাই
গ) ২২ ছেপ্টেম্বৰ
ঘ) ৭ জুন
উত্তৰঃ গ) ২২ ছেপ্টেম্বৰ
১২.কোনটো দিনক সেউজ গ্ৰাহক দিৱস হিচাপে পালন কৰা হয়?
ক) ৮ জুলাই
খ) ২৮ ছেপ্টেম্বৰ
গ) ২২ ছেপ্টেম্বৰ
ঘ) ৭ জুন
উত্তৰঃ খ) ২৮ ছেপ্টেম্বৰ
১৩) কোনটো দিনক বিশ্ব পামৰ পশু দিৱস হিচাপে পালন কৰা হয়?
ক) ২ অক্টোবৰ
খ) ১২ জুলাই
গ) ২২ ছেপ্টেম্বৰ
ঘ) ৭ জুন
উত্তৰঃ ক) ২ অক্টোবৰ
১৪) কোনটো দিনক বিশ্ব বাসস্থান দিৱস হিচাপে পালন কৰা হয়?
ক) ৪ অক্টোবৰ
খ) ১২ জুলাই
গ) ৩ অক্টোবৰ
ঘ) ৭ জুন
উত্তৰঃ গ) ৩ অক্টোবৰ
১৫) কোনটো দিনক বিশ্ব পশু কল্যাণ দিৱস হিচাপে পালন কৰা হয়?
ক) ৪ অক্টোবৰ
খ) ১২ জুলাই
গ) ৩ অক্টোবৰ
ঘ) ৭ জুন
উত্তৰঃ ক) ৪ অক্টোবৰ
১৬) কোনটো দিনক বিশ্ব সংৰক্ষণ দিৱস হিচাপে পালন কৰা হয়?
ক) ২৪ অক্টোবৰ
খ) ১২ জুলাই
গ) ৩ অক্টোবৰ
ঘ) ৭ জুন
উত্তৰঃ ক) ২৪ অক্টোবৰ
১৭) কোনটো দিনক আন্তৰ্জাতিক প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস দিৱস হিচাপে পালন কৰা হয় ?
ক) ২৪ অক্টোবৰ
খ) ১২ জুলাই
গ) ১৩ অক্টোবৰ
ঘ) ৭ জুন
উত্তৰঃ গ) ১৩ অক্টোবৰ
১৮) কোনটো দিনক জৈৱ বৈচিত্ৰ্যৰ আন্তৰ্জাতিক দিৱস হিচাপে পালন কৰা হয়?
ক) ২৪ অক্টোবৰ
খ) ২৯ ডিচেম্বৰ
গ) ১৩ অক্টোবৰ
ঘ) ২২ ডিচেম্বৰ
উত্তৰঃ খ) ২৯ ডিচেম্বৰ
১৯) বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়
ক) ১ - ৭ অক্টোবৰ
খ) ১ - ৭ নৱেম্বৰ
গ) ১ - ৭ জুলাই
ঘ) ১ - ৭ ডিচেম্বৰ
উত্তৰ : ক) ১ - ৭ অক্টোবৰ
২০) অ’জন সপ্তাহ পালন কৰা হয়
ক) ১৬ - ২৩ অক্টোবৰ
খ) ১৬ - ২৩ নৱেম্বৰ
গ) ১৬ - ২৩ ছেপ্টেম্বৰ
ঘ) ১৬ - ২৩ ডিচেম্বৰ
উত্তৰ : গ) ১৬ - ২৩ ছেপ্টেম্বৰ
0 Comments
Comment