ক্ৰীড়া সম্পৰ্কীয় TERMS

 


যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰস্তুত কৰাৰ বাবে ক্ৰীড়াৰ লগত জড়িত term বোৰ  এক অপৰিহাৰ্য উপাদান। ক্ৰীড়াৰ সৈতে জড়িত শব্দৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত উল্লেখ কৰা হ’ল। ই আপোনাক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব ৷



 ১/ deuce শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ : বেডমিণ্টন।




২.ড্ৰপ শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ : বেডমিণ্টন।





৩.let শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ : বেডমিণ্টন।





4.smash শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ : বেডমিণ্টন।




5.cue শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ : বিলিয়াৰ্ড।






৬.জিগাৰ শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বিলিয়াৰ্ড।





৭.Pot শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বিলিয়াৰ্ড।





8.scratch শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বিলিয়াৰ্ড।




৯.cannons  শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বিলিয়াৰ্ড।




10.jab শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বক্সিং।




১১.hook  শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বক্সিং।




১২.কিডনী পাঞ্চ শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বক্সিং।




১৩. rabbit punch শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বক্সিং।




১৪.slam  শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বক্সিং।




১৫.আপাৰকাট শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:বক্সিং।




১৬.নকআউট শব্দটো কোনখন খেলৰ লগত জড়িত?


উত্তৰ:বক্সিং।




১৭)বিচপ শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ : দবা।




১৮.গেম্বিট শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:দবা খেল।




১৯.চেকমেট শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:দবা খেল।




20. stalemate  শব্দটো কোনটো খেলৰ লগত জড়িত?


উত্তৰ:দবা খেল।

Comments