সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন
১/ ' ৰঙা শড়ী ' গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
উত্তৰ : জেভিয়াৰ মৰো।
২/ ' নিৰ্বাসনৰ পৰা মুক্তি ' গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ দালাই লামা।
৩/ আগা খান কাপ কোনটো খেলৰ লগত জড়িত ?
উত্তৰ : হকী।
৪/ মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথম ভাৰতীয় মহিলা কোন?
উত্তৰঃ বাচেন্দ্ৰী পাল।
৫/ আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল কি?
উত্তৰ : বেছবল।
৬) ক্ৰিকেট খেলপথাৰৰ দৈৰ্ঘ্য কিমান ?
উত্তৰ : ২২ গজ।
৭) ৰাম নাৰায়ণ কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত?
উত্তৰঃ সাৰংগী।
৮) শক্তিৰ জোখৰ একক কিমান?
উত্তৰ : অশ্বশক্তি।
৯/ কম্পাঙ্ক জোখৰ একক কিমান?
উত্তৰ: হাৰ্টজ।
১০) টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : আলেকজেণ্ডাৰ গ্ৰেহাম বেল।
১১) জীৱিত আটাইতকৈ ডাঙৰ চৰাইটো কি?
উত্তৰ : উটপক্ষী।
১২) কোনটো মাছক মাছৰ ৰজা বুলি জনা যায়?
উত্তৰ : শ্বাৰ্ক।
১৩) ভাৰতপুৰ পক্ষী অভয়াৰণ্য ক’ত অৱস্থিত?
উত্তৰঃ ৰাজস্থান।
১৪) নীলা তিমিৰ গড় ওজন কিমান?
উত্তৰঃ ১, ২০, ০০০ কেজি।
১৫) আটাইতকৈ ডাঙৰ বেংৰ নাম কি?
উত্তৰ : ওৰা।
১৬) ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : জেমছ ৱাট।
১৭) আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আগবঢ়াইছিল?
উত্তৰ : এলবাৰ্ট আইনষ্টাইন।
১৮) অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান?
উত্তৰ : আঠ।
১৯) স্পেইনৰ জাতীয় প্ৰাণীটো কি?
উত্তৰ : বুল।
২০) কোনটো ৰেখাই কাশ্মীৰক ভাৰত আৰু পাকিস্তানৰ মাজত বিভাজিত কৰে?
উত্তৰঃ নিয়ন্ত্ৰণ ৰেখা।
0 Comments
Comment