সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন

সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন

 সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন






১/ সূৰ্য্য - দাগ প্ৰথম কোনে পৰ্যবেক্ষণ কৰিছিল?


উত্তৰ : গেলিলিও।





২/ জামিনী ৰায় কোন ?


উত্তৰঃ এজন বিখ্যাত চিত্ৰশিল্পী।





৩/ ৰ’দত কোনটো gas বেছিকৈ প্ৰধান?


উত্তৰ : হাইড্ৰজেন।





৪/ আৰ এ এফৰ সম্পূৰ্ণ ৰূপ কি?


উত্তৰ : ৰয়েল এয়াৰ ফৰ্চ।





৫/ পৃথিৱীৰ আটাইতকৈ সৰু কলনীটো কি?


উত্তৰ : জিব্ৰাল্টাৰ।





৬) ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনপ্ৰিয়ভাৱে জনা যায়?


উত্তৰঃ সমুদ্ৰ গুপ্তা।





৭) গান্ধীৰ মাতৃ কোন আছিল?


উত্তৰঃ পুতালী বাই।





৮) ভাৰতৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ কোন আছিল?


উত্তৰ : ন্যায়াধীশ এইচ জে কানিয়া।





৯) কোনখন চহৰ ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়?


উত্তৰঃ আহমেদাবাদ ৷






১০) কোনখন নগৰক ঈশ্বৰৰ বাসস্থান বুলি জনা যায়?


উত্তৰঃ এলাহাবাদ।





১১) কোনখন চহৰ ভাৰতৰ সোণালী চহৰ বুলি জনা যায়?


উত্তৰঃ অমৃতসৰ






১২) কোনখন চহৰ ভাৰতৰ ৰেচম চহৰ বুলি জনা যায়?


উত্তৰঃ ভাগলপুৰ






১৩) কোনখন চহৰ দক্ষিণ ভাৰতৰ দুৱাৰমুখ বুলি জনা যায়?


উত্তৰঃ চেন্নাই





১৪) প্ৰথম টকি ছবিখন কি আছিল?


উত্তৰঃ আলম আৰা





১৫) শিশুৰ জন্মৰ আগতে লিংগৰ ভৱিষ্যদ্বাণী কৰা পৰীক্ষাৰ নাম কি?


উত্তৰ: এম্নিও চেণ্টেছিছ।





১৬) গীতা ৰহস্য কোনে ৰচনা কৰিছিল?


উত্তৰ: B. G . তিলক।





১৭ . গীতাঞ্জলি কোনে লিখিছিল?


উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰ।





১৮/ Marry kom কোনটো খেলৰ লগত সম্পৰ্কিত?


উত্তৰ : বক্সিং।





১৯) পিংকি ৰাণী কোনটো খেলৰ লগত সম্পৰ্ক আছে?


উত্তৰ : বক্সিং।





২০ . Saina Nehwal কোনটো খেলৰ সৈতে সম্পৰ্কিত?


উত্তৰ : বেডমিণ্টন।

Post a Comment

0 Comments