সাধাৰণ জ্ঞানৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন

সাধাৰণ জ্ঞানৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন

 সাধাৰণ জ্ঞানৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন 



১/ অংগৰ ৰাজধানী আছিল -

ক) ৰাজগৃহ

খ) চম্পা

গ) পাভা

ঘ)কুশিনাৰ

উত্তৰঃ খ) চম্পা




২/ মুণ্ডা বন্দৰ কোনখন ৰাজ্যত অৱস্থিত?

ক) গুজৰাট

খ) বিহাৰ

গ) গোৱা

ঘ) কৰ্ণাটক

উত্তৰঃ ক) গুজৰাট





৩/ অন্তৱৰ্তীকালীন চৰকাৰৰ আইন মন্ত্ৰী কোন আছিল?

ক) যোগীন্দৰ নাথ মণ্ডল

খ) এছ বনাম পেটেল

গ) ড° আৰ প্ৰসাদ

ঘ) জে নেহৰু

উত্তৰঃ ক) যোগীন্দৰ নাথ মণ্ডল





৪/ কোনটো দিনক বডোফা দিৱস হিচাপে পালন কৰা হয়?

ক) ১ মে

খ) ১২ এপ্ৰিল

গ) ৮ মে

ঘ) ৫ জুন

উত্তৰঃ গ) ৮ মে





৫) বানাসুৰৰ ৰাজধানী কি আছিল?

ক) গোলাঘাট

খ) যোৰহাট

গ) নগাঁও

ঘ) শোণিতপুৰ

উত্তৰঃ ঘ) শোণিতপুৰ




৬) ইছৰো গঠন হৈছিল

ক) ১৯৫০ চন

খ) ১৯৬০ চন

গ) ১৯৬৯ চন


ঘ) ১৯৭০ চন

উত্তৰ : গ) ১৯৬৯ চন





৭.কণ্ডলা বন্দৰ কোনখন ৰাজ্যত অৱস্থিত?

ক) গুজৰাট

খ) বিহাৰ

গ) গোৱা

ঘ) কৰ্ণাটক

উত্তৰঃ ক) গুজৰাট





৮.মল্লাৰ ৰাজধানী আছিল

ক) ৰাজগৃহ

খ) চম্পা

গ) বৈশালী

ঘ)কুশিনাৰ

উত্তৰ: ঘ)কুশীনাৰ




৯.অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন আছিল?

ক) যোগীন্দৰ নাথ মণ্ডল

খ) এছ বনাম পেটেল

গ) ড° আৰ প্ৰসাদ

ঘ) জে নেহৰু

উত্তৰঃ ঘ) জে নেহৰু





১০.মহিৰঙা দানৱৰ ৰাজধানী কি আছিল ?

ক) গোলাঘাট

খ) মৈৰংকা

গ) কুণ্ডিনা

ঘ) শোণিতপুৰ

উত্তৰঃ খ) মৈৰংকা




১১.কোনটো দিনক আসোম সাহিত্য দিৱস হিচাপে পালন কৰা হয়?

ক) ১ মে

খ) ১২ এপ্ৰিল

গ) ২৬ মাৰ্চ

ঘ) ৫ জুন

উত্তৰঃ গ) ২৬ মাৰ্চ 




১২.ভেৰাভাল বন্দৰ কোনখন ৰাজ্যত অৱস্থিত?

ক) গুজৰাট

খ) বিহাৰ

গ) গোৱা

ঘ) কৰ্ণাটক

উত্তৰঃ ক) গুজৰাট




১৩.মগধৰ ৰাজধানী আছিল

ক) ৰাজগৃহ

খ) চম্পা

গ) পাভা

ঘ)কুশিনাৰ

উত্তৰঃ ক) ৰাজগৃহ





১৪.অন্তৱৰ্তীকালীন চৰকাৰৰ খাদ্য আৰু কৃষি মন্ত্ৰী কোন আছিল?

ক) যোগীন্দৰ নাথ মণ্ডল

খ) এছ বনাম পেটেল

গ) ড° আৰ প্ৰসাদ

ঘ) জে নেহৰু

উত্তৰঃ গ) ড° আৰ প্ৰসাদ





১৫.ভীষ্মকৰ ৰাজধানী কি আছিল?

ক) গোলাঘাট

খ) যোৰহাট

গ) কুণ্ডিনা

ঘ) শোণিতপুৰ

উত্তৰঃ গ) কুণ্ডিনা





১৬.চন্দ্ৰযান ২ ত মুকলি কৰা হৈছিল

ক) ২০০৮ চন

খ) ২০১৯ চন

গ) ২০২২ চন

ঘ) ২০২৩ চন

উত্তৰঃ খ) ২০১৯ চন





১৭.কোনটো দিনক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়?

ক) ১ মে’

খ) ১২ এপ্ৰিল

গ) ৮ মে

ঘ) ২৫ জানুৱাৰী

উত্তৰঃ ঘ) ২৫ জানুৱাৰী





১৮)অন্তৱৰ্তীকালীন চৰকাৰৰ গৃহমন্ত্ৰী কোন আছিল?

ক) যোগীন্দৰ নাথ মণ্ডল

খ) এছ বনাম পেটেল

গ) ড° আৰ প্ৰসাদ

ঘ) জে নেহৰু

উত্তৰঃ খ) স.বনাম পেটেল





১৯.পোৰবন্দৰ বন্দৰ কোনখন ৰাজ্যত অৱস্থিত?

ক) গুজৰাট

খ) বিহাৰ

গ) গোৱা

ঘ) কৰ্ণাটক

উত্তৰঃ ক) গুজৰাট।





২০.বজ্জীৰ ৰাজধানী আছিল

ক) বৈশালী

খ) চম্পা

গ) পাভা

ঘ)কুশিনাৰ

উত্তৰঃ ক) বৈশালী

Post a Comment

0 Comments