আমাৰ পঢ়াশালি
আমি ফুলনিৰ নানাৰঙী ফুল
মিলিজুলি থাকোঁ খেলি,
হাঁহি-ধেমালিৰে সদা ভৰ-পূৰ
আমাৰ এই পঢ়াশালি ।
আমি সাধু আৰু গান শুনি শুনি
নাচি-বাগি লওঁ মজা,
হাতে -কামে ধৰি কাম শিকোঁ আমি
নাই কিতাপৰ বোজা।
পাঠ -১
অ= চিন নাই ক+ অ= ক কঠ ভকত
আ= া ক +আ = কা কাঠ চকা
ই= ি ক+ ই = কি কিতাপ চাকি
ঈ= ক+ ঈ = কী কীট চকী
উ= ক+ উ= কু কুলি চকু
ঊ= ক+ ঊ= কূ কূপ কূল
ঋ= ক+ ঋ= কৃ কৃষি আকৃতি
এ= ক+ এ= কে কেঁচু টেকেলি
ঐ= ক+ ঐ=কৈ কৈলাস জাকৈ
ও = ক+ও= কো কোৰ সাকোঁ
ঔ= ক+ ঔ= কৌ কৌৰৱ টকৌ
গ + উ= গু গুৰ চাগু
ৰ+ উ=ৰু ৰুমাল গৰু
শ+ উ= শু শুভ পশু
হ+ উ=হু হুচৰি বিহু
ৰ+ ঊ= ৰূ ৰূপ কামৰূপ
হ+ ঋ= হৃ হৃদয় সুহৃদ
নিজৰ নিজৰ পৰিচয় লিখোঁ আহা -
নাম: শ্ৰী ঋতুস্মিতা দাস ।
বয়স: ৯
জন্মৰ তাৰিখ : ২১/০৮/২০১৪
পিতৃ / অভিভাবকৰ নাম : শ্ৰী বীৰেন দাস
মাতৃ / অভিভাবিকাৰ নাম :শ্ৰী নিৰ্মলা দাস
বিদ্যালয়ৰ নাম : পূব নকুল এল পি স্কুল
গাঁও/ চহৰ : নকুল
ডাক - ঘৰ : ৰঙিয়া
থানা :ৰঙিয়া
জিলা : কামৰূপ
ৰাজ্য : অসম
পিন : ৭৮১৩৫৪
0 Comments
Comment