সাধাৰণ জ্ঞান

সাধাৰণ জ্ঞান

 

এই অধ্যায়ত ভূগোল বিষয়ক কিছুমান প্ৰশ্ন আৰু উত্তৰ সন্নিবিষ্ট কৰা হৈছে । 




১. দিল্লী চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?

ক) গংগা

খ) ব্ৰহ্মপুত্ৰ

গ) যমুনা 

ঘ) তাপ্তি


উত্তৰ: যমুনা ।



২) জামচেদপুৰ চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) সুবৰ্ণৰেখা


খ) ব্ৰহ্মপুত্ৰ


গ) যমুনা 


ঘ) তাপ্তি


উত্তৰ: ক) সুবৰ্ণৰেখা




৩) কানপুৰ চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ) যমুনা 


ঘ) তাপ্তি 


উত্তৰ: গংগা 




৪) চুৰাট চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ) যমুনা 


ঘ) তাপ্তি 


উত্তৰ: তাপ্তি 




৫) লক্ষ্ণৌ চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ) গোমটি 


ঘ) তাপ্তি 


উত্তৰ: গোমটি 




৬. নাছিক চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ) গোমটি 


ঘ) গোদাবৰী


উত্তৰ: গোদাবৰী 




৭. হাইদৰাবাদ চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ)  মুছি 


ঘ) গোদাবৰী 


উত্তৰ: মুছি 




৮. কলকাতা চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ)  হুগলী 


ঘ) গোদাবৰী 


উত্তৰ: হুগলী 




৯. বাৰাণসী চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ)  হুগলী 


ঘ) গোদাবৰী 


উত্তৰ: গংগা 




১০. অয়োধ্যা চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ)  সৰায়ু


ঘ) গোদাবৰী 


উত্তৰ:সৰায়ু




১১) পাটনা চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ)  সৰায়ু


ঘ) গোদাবৰী 


উত্তৰ: গংগা




১২) জবলপুৰ চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ)  সৰায়ু


ঘ) নৰ্মদা 


উত্তৰ: নৰ্মদা 




১৩) শ্ৰীনগৰ চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ)  ঝেলুম


ঘ) নৰ্মদা 


উত্তৰ:   ঝেলুম




১৪) হৰিদ্বাৰ  চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) ব্ৰহ্মপুত্ৰ


গ)  ঝেলুম


ঘ) নৰ্মদা 


উত্তৰ: গঙ্গা 




১৫) বদৰি নাথ  চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) অলকানন্দা


গ)  ঝেলুম


ঘ) নৰ্মদা 


উত্তৰ:   অলকানন্দা


১৬) উজ্জাইন  চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) অলকানন্দা


গ)  চিপ্ৰা 


ঘ) নৰ্মদা 


উত্তৰ:   চিপ্ৰা 




১৭)কোটা চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) অলকানন্দা


গ)  চিপ্ৰা 


ঘ)  চম্বল 


উত্তৰ:     চম্বল 




১৮) লুধিয়ানা  চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) অলকানন্দা


গ)  চিপ্ৰা 


ঘ)   চুটলেজ


উত্তৰ:     চুটলেজ




১৯) আহমেদাবাদ  চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) অলকানন্দা


গ)    সবৰমতী 


ঘ)   চুটলেজ


উত্তৰ:     সবৰমতী 




২০) ফিৰোজ পুৰ  চহৰ খন কোনটো নদীৰ পাৰত অৱস্থিত?


ক) গংগা 


খ) অলকানন্দা


গ)    সবৰমতী 


ঘ)   চুটলেজ


উত্তৰ:   চুটলেজ



Post a Comment

0 Comments