Test Examination
Total Marks:
20
Sub: Social Science
প্ৰশ্ন) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? 1
Q. During whose region was the Bengal Partitioned? 1
প্ৰশ্ন) চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? 1
Q. When was the Sepoy Mutiny take place? 1
প্ৰশ্ন: কোনটো আন্দোলনক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম বুলি কোৱা হৈছিল? 1
Q. Which movement is known as the first active movement in all India level?
প্ৰশ্ন: কিহৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুগৰাকীক ফ'ৰ্ত উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল?
1
Q. Through which the governor generals of Bombay and Madras became under the Fort William? 1
প্ৰশ্ন: কেতিয়া বংগ ভংগ কার্যকৰী কৰাৰ দিন ধার্য কৰিছিল? 1
Q. When was the partition of Bengal executed? 1
প্ৰশ্ন: সম্পদ সংৰক্ষণ বুলিলে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা কাৰ্যকে বুজাই নে? 1
Q. Does the term conservation of resources mean preservation of resources without any use? 1
প্ৰশ্ন: বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ কি আছিল?
1
Q. What as the first step of partition of Bengal? 1
প্ৰশ্ন: অসম নামৰ প্ৰদেশখন কেনেকৈ গঠিত হৈছিল? 2
Q. How was the Assam province formed? 2
প্ৰশ্ন:ৰিজলী পেপাৰ বুলিলে কি বুজা? 2
Q. What do you mean by Riseley paper? 2
প্ৰশ্ন: মানুহ সম্পদৰ লগত কেনেদৰে জড়িত? 2
Q. How does people related with resources? 2
প্ৰশ্ন: বংগ ভংগৰ প্ৰধান উদ্দেশ্য কি আছিল?
3
Q. What are the reasons of partition of Bengal? 3
প্ৰশ্ন: মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য্য কেই প্ৰকাৰৰ আৰু কি কি ? 4
Q. How many types of economic activities are there of a man? What are they? 4
0 Comments
Comment