J S Mill

J S Mill

 J. S. MILL (1806- 1873)


Main works : 

a ) Principles of Political Economy 

b ) System of Logic 

C ) on Liberty

d) Representative Government 

e) utilitarianism

f) Parliamentary Reform

g) Subjugation of women

h) Essays on Religion 



প্রশ্নঃ উপযোগিতাবাদৰ প্রধান পৃষ্ঠপোষক কোন ?

উত্তৰঃ জেৰেমী বেন্থাম |


প্রশ্নঃ উপযোগিতাবাদ কি ?

উত্তৰঃ উপযোগিতাবাদৰ মতে মানুহে সদায় সুখ বিচাৰে আৰু দুখ কষ্টৰ পৰা আঁতৰত থাকিবলৈ ইচ্ছা কৰে | 

বেন্হামৰ মতে প্রকৃতিয়ে মানুহক সুখ আৰু দুখ এই দুটাৰ শাসনৰ তলত ৰাখিছে৷ মানুহে কি কৰা উচিত আৰু কি কৰা উচিত নহয় , এই বিষয়ে সুখ আৰু দুখৰ জৰিয়তে বিবেচনা কৰা হয়৷ এই আদৰ্শমতে যি কামে মানুহৰ সুখ বৃদ্ধি কৰে সেই কামক ভাল হিচাপে বিবেচনা কৰিব পাৰি আৰু যি কামে মানুহৰ দুখ বৃদ্ধি কৰে তেনে কামক বেয়া হিচাপে বিবেচনা কৰা উচিত। সেয়েহে অধিক সংখ্যক লোকক অধিক পৰিমাণৰ সুখ দিয়া কামকে বেন্থামে ভাল হিচাপে বিবেচনা কৰিছিল৷

Post a Comment

0 Comments