বাতৰিসমূহ

বাতৰিসমূহ

 ১) East Timor , ASEAN ৰ নতুন সদস্য ৰাষ্ট্ৰ হিচাপে ( ১১ তম ) অন্তৰ্ভুক্ত হব |

ASEAN ৰ অধিৱেশন অনুষ্ঠিত হব ২৬ - ২৮ অক্টোৱৰত মালয়েছিয়াৰ ৰাজধানী কুৱালা লামপুৰত |

ASEAN ৰ বিষয়ে কিছুকথা ঃ

সম্পূৰ্ণ নামঃ Association of South East Asia Nations ( দক্ষিণ পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংঘ ) 

সদস্য ৰাষ্ট্ৰ ঃ ১০ খন ( ব্ৰুণেই ,কম্বোডিয়া ,ইন্দোনেছিয়া, লাওচ ,মালয়েচিয়া ,ম্যানমাৰ, ফিলিপাইনচ ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম )

 গঠন : ৮ অক্টোবৰ , ১৯৬৭ |




2) PM - SHRI Scheme

কেন্দ্ৰৰ পি এম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া (PM SHRI ) আঁচনিখন ২০২২ চনত অনুমোদন জনোৱা হৈছিল | ইয়াত এন ই পি ২০২০ ৰ  দিশসমূহ ব্যৱহাৰ কৰি ১৪,৫০০ বিদ্যালয়ৰ বিকাশৰ কাৰণে চেষ্টা কৰা হৈছে৷ এই বিদ্যালয়সমূহ নিজৰ অঞ্চলৰ অন্যান্য বিদ্যালয়সমূহৰ বাবে একো একোখন আদৰ্শ বিদ্যালয় হিচাপে পৰিগণিত হ'ব | এই আঁচনিখন সমগ্ৰ দেশৰ কেন্দ্রীয় ,ৰাজ্য আৰু স্থানীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বৰ্তমানৰ প্ৰাথমিক, মাধ্যমিক আৰু জেষ্ঠ মাধ্যমিক বিদ্যালয়সমূহৰ বাবে প্রযোজ্য হ'ব | বৰ্তমানলৈ ১৩০৭০ খন বিদ্যালয়ক এই আঁচনিখনৰ বাবে নিৰ্বাচিত কৰা হৈছে৷





 ৩)






Post a Comment

0 Comments