ক্ৰীড়া সম্পৰ্কীয় প্ৰশ্ন

ক্ৰীড়া সম্পৰ্কীয় প্ৰশ্ন

                                  ক্ৰীড়া সম্পৰ্কীয় প্ৰশ্ন




এই লেখাটোত ক্ৰীড়া সম্পৰ্কীয় কিছুমান প্ৰশ্ন আগবঢ়োৱা হৈছে ৷ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এইবোৰ গুৰুত্বপূৰ্ণ।



১/ আমেৰিকান কাপৰ লগত কোনখন খেল জড়িত?


ক) কবডী


খ) ক্ৰিকেট


গ) বাস্কেট বল


ঘ) ইয়ট ৰেচিং


উত্তৰ: ঘ) ইয়ট ৰেচিং





২/ আগা খান কাপৰ সৈতে জড়িত -


ক) ফুটবল


খ) হকী


গ) বাস্কেট বল


ঘ) প’লো


উত্তৰঃ খ) হকী





৩.বেংগালুৰু ব্লুজ _____ খেলৰ সৈতে জড়িত।


ক) ফুটবল


খ) হকী


গ) বাস্কেট বল


ঘ) প’লো


উত্তৰ : বাস্কেটবল।





৪/ ইৰানী ট্ৰফীৰ লগত জড়িত ________ খেল।


ক) ক্ৰিকেট


খ) হকী


গ) বাস্কেট বল


ঘ) প’লো


উত্তৰঃ ক্ৰিকেট





৫/ ডি ৱাই পাটিল ষ্টেডিয়ামত অৱস্থিত


ক) চুৰাত


খ) মুম্বাই


গ) ভোপাল


ঘ) গুৱাহাটী


উত্তৰঃ মুম্বাই।





৬.গ্ৰীণ পাৰ্কত অৱস্থিত


ক) চুৰাত


খ) মুম্বাই


গ) ভোপাল


ঘ) কানপুৰ


উত্তৰঃ কানপুৰ ( উত্তৰ প্ৰদেশ)





৭/ ইডেন গাৰ্ডেনত অৱস্থিত

ক) চুৰাত


খ) মুম্বাই


গ) কলকাতা


ঘ) কানপুৰ


উত্তৰঃ কলকাতা।





৮) নৰেন্দ্ৰ মোডী ষ্টেডিয়াম অৱস্থিত


ক) চুৰাত


খ) মুম্বাই


গ) কলকাতা


ঘ) আহমেদাবাদ


উত্তৰঃ আহমেদাবাদ





৯/ সঞ্জয় গোল্ড কাপ _____ খেলৰ লগত জড়িত।


ক) ক্ৰিকেট


খ) হকী


গ) ফুটবল


ঘ) প’লো


উত্তৰ : ফুটবল





১০) চৰ্দাৰ পেটেল ষ্টেডিয়ামত অৱস্থিত


ক) চুৰাত


খ) মুম্বাই


গ) কলকাতা


ঘ) আহমেদাবাদ


উত্তৰঃ আহমেদাবাদ





১১) ৰভাৰ্ছ কাপ _____ খেলৰ সৈতে জড়িত।


ক) ক্ৰিকেট


খ) হকী


গ) ফুটবল


ঘ) প’লো


উত্তৰ : ফুটবল





১২) নেহৰু ট্ৰফী _____ খেলৰ সৈতে জড়িত।


ক) ক্ৰিকেট


খ) হকী


গ) ফুটবল


ঘ) প’লো


উত্তৰ : হকী





১৩) সন্তোষ ট্ৰফী _____ খেলৰ সৈতে জড়িত।


ক) ক্ৰিকেট


খ) হকী


গ) ফুটবল


ঘ) প’লো


উত্তৰ : ফুটবল





১৪) বেইটন কাপ _____ খেলৰ সৈতে জড়িত।


ক) ক্ৰিকেট


খ) হকী


গ) ফুটবল


ঘ) প’লো


উত্তৰ : হকী





১৫) ভিটাল ট্ৰফী _____ খেলৰ সৈতে জড়িত।


ক) ক্ৰিকেট


খ) হকী


গ) ফুটবল


ঘ) প’লো


উত্তৰ : ফুটবল





১৬) মোহলী ক্ৰিকেট খেলপথাৰত অৱস্থিত


ক) লক্ষ্ণৌ


খ) চেন্নাই


গ) মোহালী


ঘ) জয়পুৰ।


উত্তৰঃ মোহলী





১৭) ছাৱাই মানসিং ষ্টেডিয়ামত অৱস্থিত


ক) লক্ষ্ণৌ


খ) চেন্নাই


গ) মোহালী


ঘ) জয়পুৰ।


উত্তৰঃ জয়পুৰ।





১৮) ভিজি ট্ৰফী _____ খেলৰ সৈতে জড়িত।


ক) ক্ৰিকেট


খ) হকী


গ) ফুটবল


ঘ) প’লো


উত্তৰ: ক্ৰিকেট .





১৯) যাদবীন্দ্ৰ কাপ _____ খেলৰ লগত জড়িত।


ক) ক্ৰিকেট


খ) হকী


গ) ফুটবল


ঘ) প’লো


উত্তৰ : হকী





২০) ড° ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অৱস্থিত


ক) চুৰাট


খ) মুম্বাই


গ) ভোপাল


ঘ) গুৱাহাটী


উত্তৰঃ গুৱাহাটী

Post a Comment

0 Comments