ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত একাধিক পছন্দৰ প্ৰশ্ন
১) হেমিছ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?
ক) জম্মু কাশ্মীৰ
খ) লাডাখ
গ) পঞ্জাৱ
ঘ) ৰাজস্থান
উত্তৰঃ খ) লাডাখ
২) ৰাথামবোৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) জম্মু কাশ্মীৰ
খ) লাডাখ
গ) পঞ্জাৱ
ঘ) ৰাজস্থান
উত্তৰ:ঘ) ৰাজস্থান
৩/ গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) লাডাখ
খ) জম্মু কাশ্মীৰ
গ) হিমাচল প্ৰদেশ
ঘ) মধ্য প্ৰদেশ
উত্তৰঃ গ) হিমাচল প্ৰদেশ
৪/ কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান k'ত অৱস্থিত
ক) দিল্লী
খ) উত্তৰাখণ্ড
গ) উত্তৰ প্ৰদেশ
ঘ) কেৰালা
উত্তৰঃ খ) উত্তৰাখণ্ড
৫/ মৰুভূমি (Desert) ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) জম্মু কাশ্মীৰ
খ) লাডাখ
গ) পঞ্জাৱ
ঘ) ৰাজস্থান
উত্তৰ:ঘ) ৰাজস্থান
৬/ পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) লাডাখ
খ) জম্মু কাশ্মীৰ
গ) হিমাচল প্ৰদেশ
ঘ) মধ্য প্ৰদেশ
উত্তৰঃ গ) হিমাচল প্ৰদেশ
৭) নন্দ দেৱী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) দিল্লী
খ) উত্তৰাখণ্ড
গ) উত্তৰ প্ৰদেশ
ঘ) কেৰালা
উত্তৰঃ খ) উত্তৰাখণ্ড
৮) নৱেগাঁও ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) মহাৰাষ্ট্ৰ
খ) ছিকিম
গ) ৰাজস্থান
ঘ) উত্তৰাখণ্ড
উত্তৰ:ক) মহাৰাষ্ট্ৰ
৯) ছাৰিস্কা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) জম্মু কাশ্মীৰ
খ) লাডাখ
গ) পঞ্জাৱ
ঘ) ৰাজস্থান
উত্তৰ:ঘ) ৰাজস্থান
১০.ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) দিল্লী
খ) উত্তৰাখণ্ড
গ) উত্তৰ প্ৰদেশ
ঘ) কেৰালা
উত্তৰঃ খ) উত্তৰাখণ্ড
১১.ইণ্ডাৰকিলা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) লাডাখ
খ) জম্মু কাশ্মীৰ
গ) হিমাচল প্ৰদেশ
ঘ) মধ্য প্ৰদেশ
উত্তৰঃ গ) হিমাচল প্ৰদেশ
১২.ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) দিল্লী
খ) উত্তৰাখণ্ড
গ) উত্তৰ প্ৰদেশ
ঘ) কেৰালা
উত্তৰঃ খ) উত্তৰাখণ্ড
১৩) মুকুণ্ডা হিলছ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) জম্মু কাশ্মীৰ
খ) লাডাখ
গ) পঞ্জাৱ
ঘ) ৰাজস্থান
উত্তৰ:ঘ) ৰাজস্থান
১৪.গুগামাল ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) মহাৰাষ্ট্ৰ
খ) ছিকিম
গ) ৰাজস্থান
ঘ) উত্তৰাখণ্ড
উত্তৰ:ক) মহাৰাষ্ট্ৰ
১৫.গোবিন্দ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) দিল্লী
খ) উত্তৰাখণ্ড
গ) উত্তৰ প্ৰদেশ
ঘ) কেৰালা
উত্তৰঃ খ) উত্তৰাখণ্ড
১৬) খিৰগংগা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) লাডাখ
খ) জম্মু কাশ্মীৰ
গ) হিমাচল প্ৰদেশ
ঘ) মধ্য প্ৰদেশ
উত্তৰঃ গ) হিমাচল প্ৰদেশ
১৭) কেওলাডেও ঘানা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) জম্মু কাশ্মীৰ
খ) লাডাখ
গ) পঞ্জাৱ
ঘ) ৰাজস্থান
উত্তৰ:ঘ) ৰাজস্থান
১৮) গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) দিল্লী
খ) উত্তৰাখণ্ড
গ) উত্তৰ প্ৰদেশ
ঘ) কেৰালা
উত্তৰঃ খ) উত্তৰাখণ্ড
১৯) চান্দোলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) মহাৰাষ্ট্ৰ
খ) ছিকিম
গ) ৰাজস্থান
ঘ) উত্তৰাখণ্ড
উত্তৰ:ক) মহাৰাষ্ট্ৰ
২০) টাডোবা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
ক) মহাৰাষ্ট্ৰ
খ) ছিকিম
গ) ৰাজস্থান
ঘ) উত্তৰাখণ্ড
উত্তৰ:ক) মহাৰাষ্ট্ৰ
0 Comments
Comment