DAYS ( বাৰ) / MONTHS ( মাহ)
কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এই পেজ টো বনোৱা হৈছে ।
DAYS :
There are seven days in a week. They are -
Sunday
Monday
Tuesday
Wednesday
Thursday
Friday
Saturday
*******************
বাৰ :
অসমীয়া সাত বাৰৰ নাম :
ৰবি বাৰ
সোম বাৰ
মঙ্গল বাৰ
বুধ বাৰ
বৃহস্পতি বাৰ
শুক্ৰ বাৰ
শনি বাৰ
********************
Months :
There are twelve months in a year . They are -
January
February
March
April
May
June
July
August
September
October
November
December
***************
মাহ:
অসমীয়া বাৰ মাহ :
বহাগ
জেঠ
আহাৰ
শাওন
ভাদ
আহিন
কাতি
আঘোণ
পুহ
মাঘ
ফাগুন
চ'ত
0 Comments
Comment